গৃহস্থ আৰু চোৰ : নিতুল ডেকা

গৃহস্থ আৰু চোৰ

লিখক: নিতুল ডেকা

এদিন মানুহ এঘৰত ৰাতি চোৰ এটা সোমাল, তাকেই ঘৰৰ ডাঙৰ ল’ৰাটোৱে বন্ধুবোৰৰ আগত পাছদিনা কৈ আছিল এনেকৈ—-

ঐ কালি আমাৰ ঘৰত ৰাতি চোৰ এটা সোমাল বুইছ! কালি ৰাতি ঠিক ১২টামান বাজিছে, মই শোৱাই নাই, ঘৰৰ বাকীবোৰ শুলে…..মই এনেতে শব্দ এটা শুনিলো পাকঘৰত।……….চোৰোক….চোৰোক….
-মই হাতত সাৰে ভৰিত সাৰে গৈ দেখো যে এটা প্ৰকাণ্ড সিন্ধি….

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!