দুৰ্ভিক্ষ আৰু তাৰপাছত;মূল হিন্দী কবি : নাগাৰ্জুন
লেখক- মনালিছা পাঠক নেওগ
চৌকাটোৱে বহু দিন কান্দিলে, মিলটোও দুখী হৈ থাকিল।
কণা কুকুৰজনী কেইবাদিনো সিহঁতৰ ওচৰতে শুই থাকিল।
কেইবাদিনো বেৰত টহল দি থাকিল টিকটিকি।
নিগনিবোৰৰ অৱস্থাও কেইবাদিনো দুৰ্বিষহ হৈ থাকিল।
কেইবাদিনৰ পাছত ঘৰলৈ খাদ্য আহিল!
কেইবাদিনৰ পাছত চোতালৰ ওপৰেৰে ধোঁৱা উঠিল।
বহু দিনৰ মূৰত গোটেই পৰিয়ালটোৰ চকুকেইটা জিলিকি উঠিল।
কাউৰীয়ে বহু দিনৰ মূৰত ডেউকাত খোঁচ মাৰিলে।।
অন্যান্য শিতান
Menu
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments