প্ৰাক্তন সম্পাদকসকল

‘সাহিত্য ডট অৰ্গ আলোচনী’ৰ সম্পাদকসকলৰ নাম আৰু প্ৰকাশৰ সময়
——————————————-

২০১১ চনৰ আগষ্ট মাহৰ পৰা ২০২৩ চনৰ মাৰ্চ মাহলৈ ‘সাহিত্য ডট অৰ্গ আলোচনী’ৰ সম্পাদনাৰ দায়িত্বভাৰ গ্ৰহণ কৰা সন্মানীয় সম্পাদকসকলৰ তালিকা:
————————————————————–

সম্পাদকসকলৰ নাম আৰু সংখ্যাটোৰ প্ৰকাশৰ সময়:

ড° মনোজ মন কলিতা- আগষ্ট, ২০১১
ৰিদিপ কুমাৰ নাথ- ছেপ্তেম্বৰ, ২০১১
মনোৰঞ্জন মজুমদাৰ- অক্টোবৰ, ২০১১
উচ্চজিৎ কলিতা- নৱেম্বৰ, ২০১১
সমুদ্ৰ কাজল শইকীয়া- ডিচেম্বৰ, ২০১১
ডা° উদ্দীপ তালুকদাৰ- জানুৱাৰী, ২০১২
প্ৰদ্যুৎ জ্যোতি শইকীয়া- ফেব্ৰুৱাৰী, ২০১২
দেবব্ৰত গগৈ- মাৰ্চ, ২০১২
মিতালী বৰ্মন- এপ্ৰিল, ২০১২
উজ্বল ফুকন- মে, ২০১২
প্ৰতিম প্ৰতাপ বৰুৱা-জুন, ২০১২
ডা° গীতাৰ্থ বৰদলৈ- জুলাই, ২০১২
ড° মৃণাল জ্যোতি গোস্বামী- আগষ্ট, ২০১২
ঈশান জ্যোতি বৰা- ছেপ্তেম্বৰ, ২০১২
দিগন্ত কুমাৰ ভট্টাচাৰ্য- অক্টোবৰ, ২০১২
ৰক্তিম গোস্বামী- নৱেম্বৰ, ২০১২
মাধুৰীমা ঘৰফলীয়া- ডিচেম্বৰ, ২০১২
ৰঞ্জিত কুমাৰ বৰা- জানুৱাৰী, ২০১৩
ৰাজীৱ ৰঞ্জন নাথ- ফেব্ৰুৱাৰী, ২০১৩
অজয় লাল দত্ত- মাৰ্চ, ২০১৩
ড° স্যামন্ত কুমাৰ গোস্বামী- এপ্ৰিল, ২০১৩
ধীৰাজ কলিতা- মে, ২০১৩
ধ্ৰুৱজ্যোতি শৰ্মা- জুন, ২০১৩
ইন্দুকল্প শইকীয়া- জুলাই, ২০১৩
ড° ভগৎ লাল দত্ত- আগষ্ট, ২০১৩
ভাস্কৰজ্যোতি দাস- ছেপ্টেম্বৰ, ২০১৩
ডা° আদিত্য ৰঞ্জন দত্ত- অক্টোবৰ, ২০১৩
উচ্চজিৎ কলিতা, মিতালী বৰ্মন- নৱেম্বৰ, ২০১৩
হিমজ্যোতি তালুকদাৰ- ডিচেম্বৰ, ২০১৩
ড° ভগৎ লাল দত্ত- জানুৱাৰী, ২০১৪
দেৱপ্ৰতীম হাজৰিকা- ফেব্ৰুৱাৰী, ২০১৪
প্ৰয়াত ডা° ভূপেন শইকীয়া- মাৰ্চ, ২০১৪
অমিতাভ মহন্ত- এপ্ৰিল, ২০১৪
দেৱাংগ পল্লৱ শইকীয়া- মে, ২০১৪
মৃদুল কুমাৰ শৰ্মা- জুন, ২০১৪
ৰুদ্ৰ নাৰায়ণ বৰকাকতি- জুলাই, ২০১৪
পংকজ জ্যোতি মহন্ত- আগষ্ট, ২০১৪
ড° অঞ্জল বৰা- ছেপ্টেম্বৰ, ২০১৪
উপাসনা কৃষ্ণাত্ৰেয় শৰ্মা- অক্টোবৰ, ২০১৪
দেৱপ্ৰতীম হাজৰিকা, ডা° আদিত্য ৰঞ্জন দত্ত, অমিতাভ মহন্ত- নৱেম্বৰ, ২০১৪
মানসী গোস্বামী- ডিচেম্বৰ, ২০১৪
দেৱীকা ফুকন- জানুৱাৰী, ২০১৫
ড° মাখন লাল দাস- ফেব্ৰুৱাৰী, ২০১৫
মনজিৎ কুমাৰ বৰা- মাৰ্চ, ২০১৫
মঞ্জিল কোৱৰ, দীপাংকৰ চেতিয়া- এপ্ৰিল, ২০১৫
চন্দামিতা দেৱী- মে, ২০১৫
ড° দীপজ্যোতি বৰা- জুন, ২০১৫
লক্ষ্য জ্যোতি নাথ- জুলাই, ২০১৫
মৃদুল কুমাৰ শৰ্মা, ধ্ৰুৱজ্যোতি শৰ্মা, ৰাজীৱ ৰঞ্জন নাথ, মানসী গোস্বামী, মিতালী বৰ্মন, প্ৰীতম বৰুৱা- আগষ্ট, ২০১৫
ড° নন্দিতা খাখলাৰী- ছেপ্টেম্বৰ, ২০১৫
ৰূপাংকৰ চৌধুৰী- অক্টোবৰ, ২০১৫
অগ্নিভ দত্ত- নৱেম্বৰ, ২০১৫
প্ৰিয়ংকা দাস- ডিচেম্বৰ, ২০১৫
নিলোৎপল শৰ্মা- জানুৱাৰী, ২০১৬
প্ৰাণজ্যোতি নাথ- ফেব্ৰুৱাৰী ২০১৬
অকব সম্পাদনা সমিতি- মাৰ্চ, ২০১৬
টুৱাৰাম দত্ত- এপ্ৰিল, ২০১৬
নয়নমণি হালৈ- জুলাই, ২০১৬
মৌচুমি বৰি- আগষ্ট, ২০১৬
মানস গগৈ- ছেপ্টেম্বৰ, ২০১৬
উৎপলা কৌৰ- অক্টোবৰ, ২০১৬
অচিন্ত্য বৰঠাকুৰ- নৱেম্বৰ, ২০১৬
মুংচাজ' বৰ্ণালী আম্ফি মান্তা- নৱেম্বৰ, ২০১৬
জয়ন্ত আকাশ বৰ্মন- ফেব্ৰুৱাৰী, ২০১৭
ডা° কুমাৰ পাৰ্থ প্ৰতীম- মাৰ্চ, ২০১৭
মেঘালী দিহিঙীয়া- এপ্ৰিল, ২০১৭
জ্যোতিৰূপম দত্ত- মে, ২০১৭
লোচন শইকীয়া- জুন, ২০১৭
হিমাংশু ভাগৱতী- জুলাই, ২০১৭
পাৰবীন চুলতানা- আগষ্ট, ২০১৭
কুসুমাঞ্জলি শৰ্মা- ছেপ্টেম্বৰ, ২০১৭
জয়দীপ চক্ৰৱৰ্তী- অক্টোবৰ, ২০১৭
ডা° হিতেশ্বৰ শৰ্মা- নৱেম্বৰ, ২০১৭
পিনাক পাণি বৰুৱা- ডিচেম্বৰ, ২০১৭
পল্লৱী গোস্বামী-জানুৱাৰী, ২০১৮
জ্যোতিৰেখা দাস - এপ্ৰিল, ২০১৮
মিনাক্ষী বৰুৱা-আগষ্ট, ২০১৮
ৰাজশ্ৰী ধনদিয়া-ছেপ্টেম্বৰ, ২০১৮
অঞ্জলি গগৈ বৰগোহাঞি-অক্টোবৰ, ২০১৮
নাজিফ হাজৰিকা-নৱেম্বৰ, ২০১৮
প্ৰাঞ্জল অনুভৱী-ডিচেম্বৰ, ২০১৮
অভিজিত দত্ত-জানুৱাৰী, ২০১৯
দীপাংকৰ দত্ত-ফেব্ৰুৱাৰী, ২০১৯
গায়ত্ৰী গোস্বামী অধ্যাপক- মাৰ্চ, ২০১৯
কলচুম বিবি-এপ্ৰিল, ২০১৯
ৰাণা গগৈ- মে, ২০১৯
শিল্পী ভূঞা গোস্বামী- জুন, ২০১৯
ৰূপজ্যোতি নাথ- জুলাই, ২০১৯
ঊষামণি কাকতি- আগষ্ট, ২০১৯
মিতালী নাৰায়ণি ('সাহিত্য ডট অৰ্গ সম্পাদনা সমিতি'ৰ হৈ) - ছেপ্টেম্বৰ, ২০১৯
উৎপলা কৌৰ ('সাহিত্য ডট অৰ্গ সম্পাদনা সমিতি'ৰ হৈ) - জানুৱাৰী, ২০২০
মৌচুমী বৰি ('সাহিত্য ডট অৰ্গ সম্পাদনা সমিতি'ৰ হৈ) - ফেব্ৰুৱাৰী, ২০২০
গীতিকা শইকীয়া- মে, ২০২০
উজ্জ্বল দিপ্লু গগৈ- জুন, ২০২০
অৰ্ণৱ নাৰায়ন পাটোৱাৰী- জুলাই, ২০২০
নাজিয়া হাচান- আগষ্ট, ২০২০
পৰশমণি কাশ্যপ- ছেপ্টেম্বৰ, ২০২০
মণ্টু কুমাৰ ডেকা- অক্টোবৰ, ২০২০
তৃপ্তি বৰা- নৱেম্বৰ, ২০২০
মেঘনা চৌধুৰী-ডিচেম্বৰ, ২০২০
প্ৰণামিকা অধিকাৰী-জানুৱাৰী, ২০২১
তুষাৰ ৰঞ্জন কাশ্যপ- ফেব্ৰুৱাৰী, ২০২১
জয়ন্ত প্ৰীতম- মাৰ্চ, ২০২১
আৰমান হাজৰিকা - এপ্ৰিল, ২০২১
গায়ত্ৰী প্ৰান্তিক শৰ্মা - মে’, ২০২১
লক্ষ্য জ্যোতি নাথ - জুন, ২০২১
বিকাশ দত্ত - জুলাই, ২০২১
মণ্টু কুমাৰ বৰঠাকুৰ - আগষ্ট, ২০২১
ৰূপম ৰিদিপ - ছেপ্টেম্বৰ, ২০২১
অনামিকা বড়া - অক্টোবৰ, ২০২১
আৰাধনা বৰুৱা - নৱেম্বৰ, ২০২১
ড°শিৰোমণি ভূঞা - ডিচেম্বৰ, ২০২১
শিৱানী বৰা - জানুৱাৰী, ২০২২
জ্যোতিস্মিতা দেৱী - ফেব্ৰুৱাৰী, ২০২২
দীপজ্যোতি বৰা আৰু মনোজমন কলিতা - মাৰ্চ, ২০২২
মুনমুন সৰকাৰ শইকীয়া - এপ্ৰিল, ২০২২
কৰবী দত্ত - মে’, ২০২২
মণ্টু কুমাৰ বৰঠাকুৰ - জুন, ২০২২
জ্যোতিস্মিতা দেৱী - জুলাই, ২০২২
মণ্টু কুমাৰ বৰঠাকুৰ - আগষ্ট, ২০২২
জ্যোতিস্মিতা দেৱী - ছেপ্টেম্বৰ, ২০২২
উৎপলা কৌৰ - অক্টোবৰ, ২০২২
খনিন্দ্ৰ ভূষণ মহন্ত - নৱেম্বৰ, ২০২২
মনালিছা পাঠক নেওগ - ডিচেম্বৰ, ২০২২
অন্বেষী বৰা - জানুৱাৰী, ২০২৩
পুষ্পাঞ্জলি শিৱম শৰ্মা - ফেব্ৰুৱাৰী, ২০২৩
দেৱজিত শৰ্মা - মাৰ্চ, ২০২৩

 
 
Copying is Prohibited!