হেণ্ডচামৰ বিলৈ (গুণীন্দ্র নাথ)
হেণ্ডচামৰ বিলৈ
গুণীন্দ্র নাথ
বগা হ’ম বুলি মনতে ভাবি
ফেয়াৰ এন্দ হেণ্ডচাম আনিলো কিনি
দৈনিক তিনিবাৰকৈ গৰম পানীৰে
গাল ধুই সানিলোঁ লেপি লেপি
এদিন ভুলতে কিবা কাৰণত
ভলিনি জেলটোতে পৰিল মোৰ হাত
এখন হাতত মোবাইল লৈ
আনখন হাতেৰে দিলোঁ মজাকৈ মেচেজ
খালে ঐ বোপাই ঐ
পোৰণিত থাকিব নোৱাৰোঁ
ৰঙা পৰি গ’ল গাল