অংক জংক পংক (দিপাংকৰ ভাগৱতী)
দিপাংকৰ ভাগৱতী
(১০)
২ ৰ যাদু:
যিকোনো এটা সংখ্যা ভাবক
সংখ্যাটোক ৩ ৰে পূৰণ কৰক
ফলাফলৰ লগত ৬ যোগ কৰক
নতুন ফলাফলটোক ৩ ৰে হৰণ কৰক
এতিয়া আপুনি ভৱা সংখ্যাটোৰ পৰা ইয়াক বিয়োগ কৰক
উত্তৰ: ২
(১১)
৩ ৰ যাদু:
যিকোনো এটা সংখ্যা ভাবক
সংখ্যাটোক ২ ৰে পূৰণ কৰক
ফলাফলৰ লগত ৯ যোগ কৰক
ফলাফলৰ পৰা ৩ বিয়োগ কৰক
ফলাফলটো ২ ৰে হৰণ কৰক
আপুনি প্ৰথমতে ভবা সংখ্যাটোৰ পৰা ফলাফলটো বিয়োগ কৰক
উত্তৰ: ৩