কবিতা অনুভৱ : উজ্জ্বল ফুকন July 15, 2012 0 Comments হৃদয়ে কাহানিবাই হাৰ মানিলে, তোমাৰ হাঁহিত আজি প্রাণৰ স্পন্দন। মৌনতাই যদি সন্মতি হয়, তেন্তে মোৰ শব্দইও আজি মৌন ব্রত লয়। বতাহ জাকেও সুযোগ পালেই জোকাই যায় আজি যেন প্রেমিক সময়।