কবিতা অপেক্ষা (হৃষীৰাজ শৰ্মা) August 15, 2011 1 Comment সকলোবোৰ নিচা শেষ হোৱাৰ পিছতো অপেক্ষাৰ বটলত এটোপাল মদ এতিয়াও আছে; সি তোমাৰ চকুলো, শাওন মহীয়া..!!
awesome poem. everytime we have been delighted by the poetry of Hrishiraj Sharma. keep on posting. long live xahitya.org