অসমীয়া ৱিকিপিডিয়া : প্ৰচাৰপত্ৰিকা :: মাৰ্চ, ২০১৪

অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহৰ মাহেকীয়া দাপোণ

এই পৃষ্ঠাৰ মূল উদ্দেশ্য হৈছে অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসৰ প্ৰচাৰ আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা।

Emblem-readnews.svg

মাৰ্চ, ২০১৪অসমীয়া ৱিকিপিডিয়াত ঘটা উল্লেখনীয় কামসমূহৰ খতিয়ান:

অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধৰ সংখ্যা ২৮০০ টালৈ বৃদ্ধি পালে।

প্ৰচাৰ
  • ৰাষ্ট্ৰীয় উদ্যোগিক প্ৰতিষ্ঠান, শিলচৰত ৬ মাৰ্চত অসমীয়া ৱিকিপিডিয়াৰ এখন কৰ্মশালা অনুষ্ঠিত হয়।
  • অনলাইন আলোচনী “আৰম্ভণি”ত প্ৰভাকৰ শৰ্মা নেওগৰ প্ৰবন্ধ “ৱিকিপিডিয়া লিখোঁ আহক“।

 

পদক

 

কেইটামান উল্লেখনীয় প্ৰবন্ধ

 

নিৰ্বাচিত চিত্ৰ

নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ এক দৃশ্য। আলোকচিত্ৰশিল্পী: বিক্ৰমজিৎ কাকতি

নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ এক দৃশ্য।

 

 

মাৰ্চ মাহত অসমীয়া ৱিকিউৎসৰ উল্লেখনীয় কাম

অসমীয়া ৱিকিউৎসত লেখাৰ সংখ্যা ১০০০ টালৈ বৃদ্ধি পালে।

পদক

 

লেখা
  • অনিমেষ বৰাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক “ৰূপালীম” ৱিকিউৎসত অন্তৰ্ভুক্ত কৰে। (ইউনিক’ড ৰূপ: দিগন্ত শ‌ইকীয়া)
  • নিতুল বৰাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰায় পঞ্চাশটা গীত ৱিকিউৎসত অন্তৰ্ভুক্ত কৰে। (ইউনিক’ড ৰূপ: দিগন্ত শ‌ইকীয়া)

 

ৱিকিপিডিয়াৰ সক্ৰিয় সদস্যসকল

এই পৃষ্ঠাখন শেহতীয়াভাৱে ৩১ মাৰ্চ, ২০১৪ ’ত ০০:০০ বজাত নৱীকৰণ কৰা হৈছে। বিগত ৩০ দিনত অসমীয়া ৱিকিপিডিয়ালৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা সদস্যসকলৰ নাম আৰু সম্পাদনা পৰিসংখ্যা এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষ কাৰণবশতঃ এই তালিকাত ১০ টাতকৈ কম সম্পাদনা কৰা সদস্যসকলৰ নাম আৰু প্ৰশাসকৰ দৃষ্টিত অগুৰুত্বপূৰ্ণ সম্পাদনা কৰা সম্পাদকৰ নাম আঁতৰাই ৰখা হৈছে। এই তালিকাখন সক্ৰিয় ব্যৱহাৰকাৰীৰ তালিকাখনৰ এক সম্পাদিত ৰূপ, তথ্যৰ সত্যতা নিৰূপণ কৰিবৰ বাবে আপুনি উক্ত সংযোগটো পৰীক্ষা কৰিব পাৰে।

ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
জলি বৰা ২৯৬ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· চিত্ৰাংকিত সম্পাদনা তথ্য· গোলকীয় বৰঙনি )
বিষ্ণু শইকীয়া (প্ৰশাসক) ২৫৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· চিত্ৰাংকিত সম্পাদনা তথ্য· গোলকীয় বৰঙনি )
অংশুমান ২১৪ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· চিত্ৰাংকিত সম্পাদনা তথ্য· গোলকীয় বৰঙনি )
প্ৰভাকৰ শৰ্মা নেওগ (প্ৰশাসক) ১৯৭ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· চিত্ৰাংকিত সম্পাদনা তথ্য· গোলকীয় বৰঙনি )
অনিমেষ বৰা ১০৭ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· চিত্ৰাংকিত সম্পাদনা তথ্য· গোলকীয় বৰঙনি )
গীতাৰ্থ বৰদলৈ (প্ৰশাসক) ১০৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· চিত্ৰাংকিত সম্পাদনা তথ্য· গোলকীয় বৰঙনি )
চাইদুল ইছলাম ৭১ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· চিত্ৰাংকিত সম্পাদনা তথ্য· গোলকীয় বৰঙনি )
ফাৰুক আজিজ ৪৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· চিত্ৰাংকিত সম্পাদনা তথ্য· গোলকীয় বৰঙনি )
অসমীয়া ৱিকিপিডিয়াৰ সাম্প্ৰতিক পৰিসংখ্যা
পৰিচালিত হৈছে মিডিয়াৱিকি ছফ্টৱেৰৰ জৰিয়তে ,
যাৰ সংস্কৰণ নং 1.23wmf21 (b39d50f)।
মুঠ প্ৰবন্ধ সংখ্যা 2,830টা।
মুঠ পৃষ্ঠা আছে 32,658 টা।
মুঠ সম্পাদনা কৰা হৈছে 1,34,823 বাৰ।
মুঠ 1,288টা ফাইল আপল’ড কৰা হৈছে।
বৰ্তমান পঞ্জীভুক্ত ব্যৱহাৰকাৰী আছে 8,565 জন,
সক্ৰিয় সদস্য 56 জন আৰু 4 জন প্ৰশাসক আছে।
এই তথ্যসমূহ 11 এপ্ৰিল, 2014 তাৰিখৰ 16:25 বজালৈ প্ৰযোজ্য।
শেহতীয়া তথ্য চাওক

 

 

প্ৰচাৰপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক। ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাখন আপোনাৰ উপযোগীকৈ সজোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল। ধন্যবাদ

 

অসমীয়া ৱিকিপিডিয়াৰ ফে’চবুক গোট: https://www.facebook.com/groups/assamwikigroup/

অসমীয়া ৱিকিপিডিয়াৰ ফে’চবুক পৃষ্ঠা: https://www.facebook.com/aswikipedia

মেইলিং লিষ্ট: https://lists.wikimedia.org/mailman/listinfo/wikipedia-as

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
9 years ago

অংগসজ্জা আৰু বিষয় বস্তু বাচনি সুন্দৰ হৈছে । পাৰিলে চিকিৎসা শিতান এটা ৰাখিবচোন।

Copying is Prohibited!