অ’ মোৰ আপোনাৰ দেশ (চাদ্ৰী ভাষাত (আদিবাসী))

(মূল অনুবাদৰ নাম জনা নাযায় যদিও ২১-০৯-০১৩ তাৰিখে জনৈক প্ৰদীপ নাগ , লালা স্মিথ আৰু সঞ্জয় তাঁতীয়ে সম্পাদক জীৱন নৰহৰ হাতত এই  অনুবাদটি অৰ্পন কৰে।)

অ’ মৰ আপন দেশ

অ’ মৰ সুন্দৰ দেশ

এইচান মধুৰ

এইচান ফলন্তি

এইচান প্যাৰকেৰ দেশ

অ’ মৰ সুৰিয়া ৰাওঁ

আছ্মকেৰ মধুৰ ৰাওঁ

দুনিয়াকেৰ কাহাওঁ

জানমটা খোঁজকে

পাথ নাই কৰলেও শেষ

অ’ মৰ জানমকেৰ ঠাৱ

অ’ মৰ অসমী মাৱ

দেখ লিবত’ৰ

মুখটো একবাৰ

সাধ মৰ হয় নাই শেষ।

( অ’ মোৰ আপোনাৰ দেশৰ’ এই আটাইকেইটা অনুবাদৰূপ ,  জীৱন নৰহৰ দ্বাৰা সম্পাদিত গ্ৰন্থ “অ’ মোৰ আপোনাৰ দেশ, লক্ষ্মীনাথ বেজবৰুৱাৰ”  পৰা সম্পাদকৰ মৌখিক অনুমতি সাপেক্ষে সংগ্ৰহ কৰি প্ৰকাশ কৰা হৈছে তথা ইউনিকোড ৰূপ দিয়া হৈছে)

 

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!