আকৌ এটি বছৰ যাবগৈ… (গৌতম বৰা)

(আগতে প্ৰতাৰক আছিল অতীত, এতিয়া মই।/ আকৌ এটি বছৰ যাবগৈ …প্ৰতাৰণা এয়া সময়ৰ।)

এৰি অহা সময়ৰ বেদনাগধুৰ অভিজ্ঞতা, অনুভৱৰ আধাৰত নৱবৰ্ষৰ আৱলোকন কৰিছে কবি গৌতম বৰাই—

 

আকৌ এটি বছৰ যাবগৈ…

গৌতম বৰা

কিবা এটা নহয়, বহুত কিবাকিবি হেৰাই গ’ল, সলনি হৈ গ’লো মই
সলনি হৈ গ’ল সময়…
কিন্তু মোৰ ভগ্ন হৃদয়ৰ টুকুৰাবোৰত জোৰা নালাগিল
আকৌ এটি বছৰ পাৰ হৈ যাবলৈ ওলাইছে
হাঁহিছো মোলৈ চাই মই
আগতে প্ৰতাৰক আছিল অতীত, এতিয়া মই ।
আকৌ এটি বছৰ যাবগৈ …প্ৰতাৰণা এয়া সময়ৰ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!