আঘোণ (-অৰূপ কলিতা)

#আঘোণ#
-অৰূপ কলিতা৷

টক্ টক্ টক্
আইয়ে চুঙা কাটিছে…bird-copy

আৰু সৰি পৰা সিকি
এটি বুটলি
পোনাকণে উৰা মাৰিছে
টুণীচৰাইজনীৰ দৰে৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!