আঘোণ বুলিলেই (টুৱাৰাম দত্ত)

ন-ভাঙতি মাটিত
আঘোণৰ সোনগুটি
আশাৰ বৰপেৰাত
গুণাকটা ফুলাম বৰকাপোৰ
আঘোন বুলিলেই
বুকুৰ মাজত
উজায় ভটিয়াই
সাতোখন বেহাৰ
সদাগৰী নাও।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!