আত্মা —–দ্বীপৰাজ

 

পানীৰ চাকৈচকোৱাত অ’ মোৰ জীউ / হিয়ালি নিয়ৰৰ ঝুনুকা দোলা
মোৰ এধানি মালা… ৰুণজুন ৰুণজুন
যমুনাত জিলিকিছে কাঁচিজোন

কোন গৈ থাকিব
কোন ৰৈ থাকিব
আত্মাত জিৰাব সোণ হৰিণ/ ৰং ৰং দুভৰিৰ নুপুৰ কান্দোনত হাউলিব
জেতুলপকা থেৰেজু। বেলি ভাটিৰ ৰংবোৰ উভৈনদী হৈছে চোৱা
মোৰ উশাহলৈ কোন আহিব কোৱা

সময় নে আত্মা !

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!