ইউনিক’ডলৈ লিপ্যন্তৰ কৰা ড০ ভূপেন হাজৰিকাৰ ৬০০ গীতৰ তালিকা
(-পংকজ বৰা)
অসমীয়াত কথা-বতৰা” গোটৰ সদস্যসকলৰ উদ্যোগত ড০ ভূপেন হাজৰিকাৰ গীতসমূহ ইউনিক’ডলৈ লিপ্যন্তৰ কৰাৰ এক কাৰ্য্যসূচী হাতত লোৱা হৈছে ৷ এই গোহাৰি জনোৱাৰ মাত্ৰ দুঘন্টাৰ ভিতৰতে ৫০ টাৰো অধিক গানৰ কথা গোটৰ সদস্য সকলে পোষ্ট কৰে ৷ এতিয়ালৈকে সদস্য সকলে প্ৰায় ৬০০ গানৰ কথা সংগ্ৰহ কৰিছে ৷ গোটেইখিনি একেলগ কৰি এটা সুকীয়া ৱেবছাইটত ভূপেন দাৰ গানৰ কথাসমূহ সংৰক্ষণ আৰু বিশ্বৰ বিতৰণ কৰাৰ অভিলাষী প্ৰকল্প হাতত লোৱা হৈছে ৷ কিন্তু ভূপেন দাৰ শ-শ গীত বিচাৰি উলিওৱা ইমান সহজ কাম নিশ্চয় নহয় ৷ ইয়াত এতিয়ালৈকে সংগ্ৰহ হোৱা গান সমূহৰ প্ৰথম কলি আৰু ইয়াক ইউনিক’ডলৈ ৰূপান্তৰ কৰোঁতাৰ নাম উল্লেখ কৰা হৈছে ৷ ইতিমধ্যে ৰাইজৰ সহযোগ পোৱাৰ বাবে ড° ভূপেন হাজৰিকাৰ কণ্ঠৰে নিগৰিত গীত সমূহ (অ ক ব গ্ৰুপৰ অধীন) এটা উপ-গোট গঠন কৰি তাত গানসমূহ সংগ্ৰহৰ কাম চলি আছে ৷ শীঘ্ৰেই গানসমূহৰ পূৰ্ণ পাঠ ৰাইজলৈ আগবৱা হ’ব৷ এতিয়ালৈকে সংগৃহিত গান সমূহত কিছু ভুল ৰৈ গৈছে ৷ তেনে ভুল দেখিলে আঙুলিয়াই দিবলৈ অনুৰোধ জনোৱা হ’ল ৷ শ্ৰী দিগন্ত শইকীয়া দেৱে এতিয়ালৈকে এশৰো অধিক গানৰ ইউনিক’ড ৰূপান্তৰণ কৰি অভিলেখ সৃষ্টি কৰিছে !
১) সময়ৰ অগ্রগতি পক্ষীৰাজ ঘোঁৰাত উঠি (পংকজ বৰা, ৬ নবেম্বৰ, ২০১১)
২) অসম আমাৰ ৰূপহী (পংকজ বৰা, ৬ নবেম্বৰ ২০১১)
৩) মানুহে মানুহৰ বাবে (দিগন্ত শইকীয়া, ৬ নবেম্বৰ, ২০১১)
৪) ৰাইজ আজি ভাৱৰীয়া (দিগন্ত শইকীয়া, ৬ নবেম্বৰ ২০১১ )
৫) আহ আহ ওলাই আহ সজাগ জনতা (দিগন্ত শইকীয়া, ৬ নবেম্বৰ ২০১১ )
৬) বুকু হমহম কৰে (দিগন্ত শইকীয়া, ৬ নবেম্বৰ ২০১১ )
৭) ৰণ ক্লান্ত নহওঁ( দিগন্ত শইকীয়া)
৮) মই এটি যাযাবৰ (দিগন্ত শইকীয়া, ৬ নবেম্বৰ ২০১১ )
৯) তোমাৰ উশাহ কঁহুৱা কোমল (দিগন্ত শইকীয়া ৬ নবেম্বৰ ২০১১ )
১০) ধুমুহাক মই কৈ যাম মোৰ গতি (পংকজ বৰা ৬ নবেম্বৰ ২০১১ )
১১) কঁহুৱা বন মোৰ অশান্ত মন (মিতালী বর্মন, ৬ নবেম্বৰ, ২০১১)
১২) প্রেম প্রেম বুলি জগতে ঘূৰিলোঁ (মিতালী বর্মন, ৬ নবেম্বৰ ২০১১)
১৩) অস্ত আকাশৰে সপোন ৰহণ সানি (মিতালী বৰ্মন, ৬ নবেম্বৰ, ২০০১)
১৪) মদাৰৰে ফুল হেনো পূজাতো নেলাগে (মিতালী বৰ্মন,৬ নবেম্বৰ ২০১১ )
১৫) আহিছোঁ বৈৰাগী এন্ধাৰ বাটত (বনজীত্ পাঠক, ৬ নবেম্বৰ ২০১১ )
১৬) অ’ বিদেশী বন্ধু (মালিনী গোস্বামী, ৬ নবেম্বৰ ২০১১ )
১৭) এটুকুৰা আলসুৱা মেঘ ভাহি যায় (মিতালী বৰ্মন, ৬ নবেম্বৰ ২০১১ )
১৮) আই তোক কিহেৰে পূজিমে (মিতালী বৰ্মন, ৬ নবেম্বৰ ২০১১ )
১৯) পলাশৰে ৰং(মালিনী গোস্বামী, ৬ নবেম্বৰ ২০১১)
২০) আকাশী গংগা বিচৰা নাই(মিতালী বৰ্মন, ৬ নবেম্বৰ ২০১১ )
২১) বিমূর্ত্ত মোৰ নিশাটি যেন (মৌচুমী ভূঞা চৌধুৰী, ৬ নবেম্বৰ ২০১১ )
২২) মহাবাহু ব্রহ্মপুত্র (মিতালী বৰ্মন, ৬ নবেম্বৰ ২০১১ )
২৩) মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে (পংকজ বৰা, ৬ নবেম্বৰ ২০১১ )
২৪) ময়েই অসমৰ ময়েই ভাৰতৰ (বনজীত্ পাঠক, ৬ নবেম্বৰ ২০১১ )
২৫) বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে (মৌচুমী ভূঞা চৌধুৰী, ৬ নবেম্বৰ ২০১১ )
২৬) চিৰযুগমীয়া ঢৌ তুলি (পংকজ বৰা, ৬ নবেম্বৰ ২০১১ )
২৭) মই আৰু মোৰ ছাঁ (মিতালী বৰ্মন, ৬ নবেম্বৰ ২০১১ )
২৮) লিয়েন মাকাও (মালিনী গোস্বামী, ৬ নবেম্বৰ ২০১১ )
২৯) কাজিৰঙা কাজিৰঙা কাজিৰঙা ভয়াবহ নহয় (দীপা ডেকা, ৬ নবেম্বৰ ২০১১ )
৩০) জিলিকাব লুইতৰে পাৰ (মৌচুমী ভূঞা চৌধুৰী, ৬ নবেম্বৰ ২০১১ )
৩১) শৈশৱতে ধেমালিতে (মিতালী বৰ্মন,৬ নবেম্বৰ ২০১১ )
৩২) মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম (মৌচুমী ভূঞা চৌধুৰী,৬ নবেম্বৰ ২০১১ )
৩৩) প্ৰতিধ্বনি শুনোঁ মই (বিষ্ণু শইকীয়া,৬ নবেম্বৰ ২০১১ )
৩৪) হে মাই যশোৱাহে (মিতালী বৰ্মন,৬ নবেম্বৰ ২০১১ )
৩৫) ৰিমঝিম ৰিমঝিম বৰষুণে নেপুৰ বজায় ক’ত (মালিনী গোস্বামী,৬ নবেম্বৰ ২০১১ )
৩৬) সহস্রজনে মোক প্রশ্ন কৰে (জলি বৰা,৬ নবেম্বৰ ২০১১ )
৩৭) গুপুতে গুপুতে কিমান খেলিম (গীতাৰ্থ বৰদলৈ,৬ নবেম্বৰ ২০১১ )
৩৮) গৌৰীপুৰীয়া গাভৰু দেখিলোঁ(দীপা ডেকা,৬ নবেম্বৰ ২০১১)
৩৯) আজি ব্রহ্মপুত্র হ’ল বহ্নিমান —- (মৌচুমী ভূঞা চৌধুৰী,৬ নবেম্বৰ ২০১১)
৪০) তুমিয়ে মোৰ কল্পনাৰে হৰিণী নয়না (গীতাৰ্থ বৰদলৈ, ৬ নবেম্বৰ ২০১১)
৪১) কানাই পাৰ কৰা হে (বনজীত্ পাঠক, ৬ নবেম্বৰ ২০১১ )
৪২) দোলা দোলা দোলা দোলা (মৌচুমী ভূঞা চৌধুৰী,৬ নবেম্বৰ ২০১১ )
৪৩) মিলনৰে এই শুভ ক্ষণ (মালিনী গোস্বামী,৬ নবেম্বৰ ২০১১ )
৪৪) শ্বিলঙৰে গধূলি (গীতাৰ্থ বৰদলৈ আৰু জলি বৰা,৬ নবেম্বৰ ২০১১ )
৪৫) সাগৰ সংগমত কতনা সাঁতুৰিলোঁ (মিতালী বৰ্মন,৬ নবেম্বৰ ২০১১ )
৪৬) হে বৰ বৰিবা যাই মেনকা (বনজীত্ পাঠক,৬ নবেম্বৰ ২০১১ )
৪৭) কি যে তোমাৰ সংগ তোমাৰ প্ৰিয়া (জলি বৰা,৬ নবেম্বৰ ২০১১ )
৪৮) ভাবিছিলা এবুকু ভৰাই ঘৰৰ মায়া পাবা (মালিনী গোস্বামী, ৬ নবেম্বৰ ২০১১)
৪৯) বোলো অ’ মিচিং ডেকাটি (সৌৰভ শইকীয়া,৬ নবেম্বৰ ২০১১ )
৫০) মেঘে গিৰগিৰ কৰে (মিতালী বৰ্মন,৬ নবেম্বৰ ২০১১ )
৫১) কপিলী কপিলী ৰাংঢালী ছোৱালী (মৌচুমী ভূঞা চৌধুৰী, ৬ নবেম্বৰ ২০১১)
৫২) কি বিচাৰি ওৰে জীৱন কেনি আগুৱালোঁ (মালিনী গোস্বামী,৬ নবেম্বৰ ২০১১)
৫৩) এন্ধাৰ কাতিৰ নিশাতে (দীপা ডেকা, ৬ নবেম্বৰ ২০১১)
৫৪) এটি কুঁহি দুটি পাত (বনজিৎ পাঠক, ৬ নবেম্বৰ ২০১১)
৫৫) তপ্ত তীখাৰে অগ্নিশক্তি ৰক্তবর্ণে জ্বলে (জলি বৰা, ৬ নবেম্বৰ ২০১১)
৫৬) কত জোৱানৰ মৄত্যু হ’ল (প্ৰাঞ্জল বড়া,৬ নবেম্বৰ ২০১১ )
৫৭) তেজ দিলা, প্ৰাণ দিলা (জলি বৰা, ৬ নবেম্বৰ ২০১১)
৫৮) তুমি অসমীয়া তুমি নুবুজিলা তোমাৰেই অতীতৰ অমিয়া (জলি বৰা, ৬ নবেম্বৰ ২০১১)
৫৯) আৰে গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে (বনজিৎ পাঠক, ৬ নবেম্বৰ ২০১১)
৬০) শীতৰে সেমেকা ৰাতি (মিতালী বর্মন, ৬ নবেম্বৰ ২০১১)
৬১) বনজুই বনতহে জ্বলে দেখা পোৱা যায় (মালিনী গোস্বামী, ৬ নবেম্বৰ ২০১১)
৬২) হাঁহি কান্দোনেৰে সুখ আৰু দুখৰ অহা যোৱাই (জলি বৰা, ৬ নবেম্বৰ ২০১১)
৬৩) (ককাই, অসমৰ আকাশত….)বৰদৈচিলা নে সৰুদৈচিলানে (দীপা ডেকা,৬ নবেম্বৰ ২০১১ )
৬৪) বিহুৰেনো বিৰিণা অ’ আইতা (দীপা ডেকা,৬ নবেম্বৰ ২০১১ )
৬৫) আল্লাৰ বিনে কেওঁ নাই (বনজিৎ পাঠক, ৬ নবেম্বৰ ২০১১)
৬৬) কলিৰ কৃষ্ণ বুলি নোজোকাবা (মিতালী বর্মন, ৬ নবেম্বৰ ২০১১
৬৭) অহো হো মহ’ হো দেশৰ হকে মৰোঁ হো (মালিনী গোস্বামী, ৬ নবেম্বৰ ২০১১)
৬৮) মই বিচাৰিছোঁ হেজাৰ চকুত দীপ্ত সূর্য শিখা (মিতালী বর্মন, ৬ নবেম্বৰ ২০১১)
৬৯) আই সৰস্বতী অ’ ৰংফুল বকুলী (দীপা ডেকা,৭ নবেম্বৰ ২০১১ )
৭০) জিন্দাবাদ মেণ্ডেলা (মৌচুমী ভূঞা চৌধুৰী, ৭ নবেম্বৰ ২০১১)
৭১) স্নেহে আমাৰ শত শ্রাৱণৰ (মিতালী বর্মন, ৬ নবেম্বৰ ২০১১)
৭২) প্রথম নহয় দ্বিতীয় নহয় তৃতীয় শ্রেণীৰ যাত্রী আমি (মিতালী বর্মন, ৬ নবেম্বৰ ২০১১)
৭৩) বাৰ মাসে তেৰ ফুল ফুটে (বনজিৎ পাঠক, ৭ নবেম্বৰ ২০১১)
৭৪) বহুদিনৰ আগতে গধুলিৰে পৰতে (দীপা ডেকা, ৭ নবেম্বৰ ২০১১ )
৭৫) ডুগডুগডুগডুগ ডম্বৰু মেঘে বজাই ডম্বৰু (মিতালী বর্মন, ৭ নবেম্বৰ ২০১১)
৭৬) ঢাক্ ঢাক্ ঢাক্ ঢাক্ ( দিগন্ত শইকীয়া)
৭৭) চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকানা (দীপা ডেকা, ৭ নবেম্বৰ ২০১১ )
৭৮) ছিয়াঙৰে গালং (পংকজ বৰা, ৭ নবেম্বৰ ২০১১)
৭৯) ধুমুহা নাহিবি পচোৱা নাহিবি (মৌচুমী ভূঞা চৌধুৰী, ৭ নবেম্বৰ ২০১১)
৮০) কিনো কপাল সাধি আহিলি বান্ধব (দীপা ডেকা, ৭ নবেম্বৰ ২০১১ )
৮১) আমি অসমীয়া নহওঁ দুখীয়া (মিতালী বর্মন, ৭ নবেম্বৰ ২০১১)
৮২) গংগা মোৰ মা পদ্দাও মোৰ মা (দীপা ডেকা, ৭ নবেম্বৰ ২০১১ )
৮৩) তোমাৰ প্ৰেমৰ ভোগজৰাটি (দীপা ডেকা, ৭ নবেম্বৰ ২০১১ )
৮৪) অলীয়া বলীয়া কৄষ্ণাই কলীয়া (অৰুন্ধতী তালুকদাৰ)
৮৫) তেজৰে চাকি জ্বলাই সাৰে আছোঁ সাৰে আছোঁ মোৰ আই (গীতার্থ বৰদলৈ, ৭ নবেম্বৰ ২০১১)
৮৬) মোৰ মন বাঘ যদি আজি প্ৰজাপতি হয় (মৌচুমী ভূঞা চৌধুৰী, ৭ নবেম্বৰ ২০১১)
৮৭) লুইতপৰীয়া ডেকা বন্ধু, তোমাৰ তুলনা নাই (দীপা ডেকা, ৭ নবেম্বৰ ২০১১ )
লুইতৰ পাৰৰ ডেকা বন্ধু
৮৮) হে হে হে ঢোলে ডগৰে (মালিনী গোস্বামী, ৭ নবেম্বৰ ২০১১)
৮৯) পক্ষীৰাজ ঘোঁৰা খট খটকৈ দৌৰা (দীপা ডেকা, ৭ নবেম্বৰ ২০১১ )
৯০) উজাই বুৰে দিলে শুহু কি ঘৰিয়াল (দিগন্ত শইকীয়া, ৭ নবেম্বৰ ২০১১)
৯১) আজি জীৱনৰ বাটচ’ৰাত অস্তৰ’দৰ ৰেঙণি (গীতার্থ বৰদলৈ, ৭ নবেম্বৰ ২০১১)
৯২) অ’ কাজল বৰণ কন্যা তোমাৰ নাই তুলনা (গীতার্থ বৰদলৈ, ৭ নবেম্বৰ ২০১১)
৯৩) সৌ সীমাৰ সিপাৰে তৃপ্তি আমাৰ (গীতার্থ বৰদলৈ, ৭ নবেম্বৰ ২০১১)
৯৪) কপলতে পিন্ধিলো জিলমিল সোণ পৰুৱা (বনজিৎ পাঠক, ৭ নবেম্বৰ ২০১১)
৯৫) আশ্বিন মাসে দুৰ্গা পূজা ঢাঁকেৰ কেমন গুড় গুড়ি (মালিনী গোস্বামী, ৭ নবেম্বৰ ২০১১)
৯৬) কিয় কৰ তই অহঙ্কাৰ দেখিছনে অশান্তি যাতনাৰ (গীতার্থ বৰদলৈ, ৭ নবেম্বৰ ২০১১)
৯৭) চম্মা থাকিলে (দীপা ডেকা, ৭ নবেম্বৰ ২০১১ )
৯৮) মাজ নিশা মোৰ এন্ধাৰ ঘৰত(মিতালী বর্মন, ৭ নবেম্বৰ ২০১১)
৯৯) মুক্তিকামী লক্ষ জনৰ মৌন প্ৰকাশ শুনিছানে নাই (প্ৰাঞ্জল বড়া, ৭ নবেম্বৰ ২০১১ )
১০০) আকৌ প্ৰমান কৰ হেৰৌ অসমৰ অসমীয়া (প্ৰাঞ্জল বড়া, ৭ নবেম্বৰ ২০১১ )
১০১) দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে তুলিলে শিঁহৰণ (গীতার্থ বৰদলৈ, ৭ নবেম্বৰ ২০১১)
১০২) পৰহি পুৱাতে তুলুঙা নাৱতে ৰংমন মাছলে’ গ’ল (মালিনী গোস্বামী, ৭ নবেম্বৰ ২০১১)
১০৩) অ’ জোনালী দীপান্বিতা দীপান্বিতা দীপান্বিতা (গীতার্থ বৰদলৈ, ৭ নবেম্বৰ ২০১১)
১০৪) টিৰাপ সীমান্ত ৰূপৰ নাই অন্ত (মালিনী গোস্বামী, ৭ নবেম্বৰ ২০১১)
১০৫) জোনাকৰে ৰাতি অসমীৰে মাটি (উদ্দীপ তালুকদাৰ, ৭ নবেম্বৰ ২০১১ )
১০৬) অ’ নতুন মনৰ তৰুণ তৰুণী (বনজীত্ পাঠক, ৭ নবেম্বৰ ২০১১ )
১০৭) ৰ’দ পুৱাবৰ কাৰণে মাতিবানো কাক (উদ্দীপ তালুকদাৰ , ৭ নবেম্বৰ ২০১১)
১০৮) লুইতৰ চাপৰিত কৰে নাৱৰীয়া (দীপা ডেকা, ৮ নবেম্বৰ ২০১১)
১০৯) মই কহিমাৰে আধুনিকা ডালিমী (উদ্দীপ তালুকদাৰ , ৭ নবেম্বৰ ২০১১)
১১০) কাৰ ঘৰত লখিমী ঘৰলৈ উভতিছে (বনজীত্ পাঠক)
১১১) অ’ থুনুকা কাঁচঘৰ তই বান্ধিবি কিমান মোৰ মনপখী (মালিনী গোস্বামী , ৭ নবেম্বৰ ২০১১)
১১২) পাচলিৰ বাগিচা সৰু বাগিচা (প্ৰাঞ্জল বড়া)
১১৩) ৰং কিনিবা কোনে অ’ ৰং কিনিবা কোনে (প্ৰাঞ্জল বড়া)
১১৪) মিঠা মিঠা বহাগৰ (দীপা ডেকা)
১১৫) বিংশ শতিকাৰ অস্তাকাশত দিনৰ চিতা জ্বলিবনে (ৰণজিৎ কুমাৰ বৰা ৮ নৱেম্বৰ ২০১১ )
১১৬) অনাগত ভৱিষ্যতৰ সাঁথৰ (ৰণজিৎ কুমাৰ বৰা ৮ নৱেম্বৰ ২০১১ )
১১৭) মুক্তি কামী লক্ষজনৰ মৌন প্ৰকাশ শুনিছানে নাই (দীপা ডেকা, ৮ নবেম্বৰ ২০১১)
১১৮) পোহৰ বিলাসী পাহৰি নেযাবা এন্ধাৰতো আছে বহুজন (মানস প্ৰতীম নেওগ, ৮ নবেম্বৰ ২০১১)
১১৯) শঙ্কৰ-মাধৱৰ মহা মহা সৃষ্টিৰে (উদ্দীপ তালুকদাৰ, ৮ নবেম্বৰ ২০১১)
১২০) অনামিকা বিদায়, তোমাক জনাওঁ বিদায় (দীপাংকৰ চেতিয়া)
১২১) তুমি নতুন পুৰুষ ( দিগন্ত শইকীয়া)
১২২) কিনো অভাগা কপাল হৰি (মালিনী গোস্বামী)
১২৩) তুমি বিয়াৰ নিশাৰ ( দিগন্ত শইকীয়া)
১২৪) কান্দিছনো কিয়, সংগ্ৰাম যদি জীৱ্নৰ এটি নাম (প্ৰাঞ্জল বড়া)
১২৫) জীৱন জোৰা খ্যাতিয়ে যদি জীৱনটোকে খায় (প্ৰাঞ্জল বড়া)
১২৬) হে’ মোৰ ধৰিত্ৰী আই (প্ৰাঞ্জল বড়া)
১২৭) কল তলৰ ঢেকিয়া তেনেই ফুচুকিয়া (প্ৰাঞ্জল বড়া)
১২৮) কোনে জানে তোমাৰ সপোন হ’ব নে পূৰণ ? (প্ৰাঞ্জল বড়া)
১২৯) নিয়ৰৰে ফুল (প্ৰাঞ্জল বড়া)
১৩১) পিন্ধিলোঁ কতনা (প্ৰাঞ্জল বড়া)
১৩০) তোৰ পৰা মই কিয় যুগে যুগে পাই আছোঁ (প্ৰাঞ্জল বড়া)
১৩১) ঝক্ ঝক্ ৰেল চলে ( দিগন্ত শইকীয়া)
১৩২) ঐ নিলাজ পাহৰ ( দিগন্ত শইকীয়া)
১৩৩) সময়ৰ অগ্ৰগতি ( দিগন্ত শইকীয়া)
১৩৪) ভৰা বাৰিষাৰ বানে ( দিগন্ত শইকীয়া)
১৩৫) ভৰিৰ তলুৱাৰ পৰা ( দিগন্ত শইকীয়া)
১৩৬) ভাঙ শিল ভাঙ ( গীতাৰ্থ বৰদলৈ)
১৩৭) ভণ্টি অ’ ভণ্টি ( দিগন্ত শইকীয়া)
১৩৮) অতীতৰ বুৰঞ্জী লিখকে (গীতাৰ্থ বৰদলৈ)
১৩৯) অগ্নিযুগৰ ফিৰিঙতি মই (গীতাৰ্থ বৰদলৈ)
১৪০) নেলাগে সমাজ (গীতাৰ্থ বৰদলৈ)
১৪১) প্ৰচণ্ড ধুমুহাই (গীতাৰ্থ বৰদলৈ)
১৪২) মই যেন আজীৱন (গীতাৰ্থ বৰদলৈ
১৪৩) আকাশী যানেৰে ( দিগন্ত শইকীয়া)
১৪৪) শাৰদী ৰাণী ( দিগন্ত শইকীয়া)
১৪৫) বহাগ মাথোঁ এতি ঋতু ( দিগন্ত শইকীয়া)
১৪৬) বুকু হম হম কৰে ( দিগন্ত শইকীয়া)
১৪৭) চিয়াঙৰে গালঙ্ ( দিগন্ত শইকীয়া)
১৪৮) আমি নহওঁ মাথোঁ( দিগন্ত শইকীয়া)
১৪৯) ফুট গধূলীতে কপিলী খুটিত (খনিন্দ্র মাধৱ শইকীয়া )
১৫০) আমাৰ সমাজৰ নতুন পুৰুষৰ (প্ৰাঞ্জল বড়া)
১৫১) কি মায়া জৰীৰে বান্ধিলা গোঁসাই ঐ (প্ৰাঞ্জল বড়া)
১৫২) পুঠি মাছৰ উজান উঠে বহাগৰে মাহতে (বিহু গীত)(প্ৰাঞ্জল বড়া)
১৫৩) মোৰ গীতৰ হেজাৰ শ্ৰোতা (দীপাংকৰ চেতিয়া)
১৫৪) তেজপুৰ বিশ্ৱবিদ্যালয় সঙ্গীত (দীপাংকৰ চেতিয়া)
১৫৫) সেউজী পাৰত তোমাৰ নিৰলা ঘৰত (দীপাংকৰ চেতিয়া)
১৫৬) হে’ চৰাইদেউ পৰ্ব্বতত কুকুৰা (বিহু গীত)(প্ৰাঞ্জল বড়া)
১৫৭) ৰাধে ক’লা বুলি নুবুলিবি মোক (দীপাংকৰ চেতিয়া)
১৫৮) নতুন নাগিনি তুমি (দীপাংকৰ চেতিয়া)
১৫৮) যদি জীৱনে কান্দে( দিগন্ত শইকীয়া)
১৫৯) যা: যাগৈ জীৱনৰ( দিগন্ত শইকীয়া)
১৫৯) যুগ যুগ ধৰি( দিগন্ত শইকীয়া)
১৬০) যুৱতী অনামিকা গোস্বামী( দিগন্ত শইকীয়া)
১৬১) যাবই লাগিব তই( দিগন্ত শইকীয়া)
১৬২) ফেঁচুৱে কৰিলে ছিঁউত (খনিন্দ্র মাধৱ শইকীয়া )
১৬৩) কালজয়ী মণিৰাম(খনিন্দ্র মাধৱ শইকীয়া )
১৬৪) অট’ৰিক্সা চলাও (দীপা ডেকা)
১৬৫) এইটি বা কোন ওলালে (খনিন্দ্র মাধৱ শইকীয়া )
১৬৬) ভাবিছিলো এবুকু ভৰাই (দিগন্ত শইকীয়া)
১৬৭) ভাবিছিলো তুমি হাত মেলিলেই (দিগন্ত শইকীয়া)
১৬৮) ৰম্ভা মেনকা কিম্বা যূথিকা (খনিন্দ্র মাধৱ শইকীয়া )
১৬৯)ভালকে পুনৰ চোঁৱা এবাৰ ( দিগন্ত শইকীয়া)
১৭০) (নাই ভয় নাই) ভাষা ভৰা পৃথিৱীৰ ( দিগন্ত শইকীয়া)
১৭১) ৰং ৰং না না ৰং (খনিন্দ্র মাধৱ শইকীয়া )
১৭২) (কিনো দিন পৰিলে আজি) ৰমকে জমকে ( দিগন্ত শইকীয়া)
১৭৩) ৰমজানৰে ৰোজা গ’ল ( দিগন্ত শইকীয়া)
১৭৪) ৰক্ষা কৰা মোক( দিগন্ত শইকীয়া)
১৭৫) ৰাধাচূড়াৰ ফুল গুজি( দিগন্ত শইকীয়া)
১৭৬) ৰুদ্ধ কাৰাৰ দুৱাৰ ভাঙি ( দিগন্ত শইকীয়া)
১৭৭) ৰিণিকি ৰিণিকি শুনিছোঁ ( দিগন্ত শইকীয়া)
১৭৮) ঘৰ আমাৰ মাটি হয় ( দিগন্ত শইকীয়া)
১৭৯) ঘৰ ঘৰ বুলি ( দিগন্ত শইকীয়া)
১৮০) (মৰমৰ ভাষাৰে আখৰ নাইকীয়া) ঘৰতে নবহে মন ( দিগন্ত শইকীয়া)
১৮১) ঘনে ঘনে কত শিশুক ( দিগন্ত শইকীয়া)
১৮২) ঘুমটি যাওৰে ( দিগন্ত শইকীয়া)
১৮৩) জীৱনটোৰে কান্দোনখিনি খিনি নিজেই সাঁচি থলো (দীপা ডেকা)
১৮৪) লুইতত ভুটুঙাই ওলাল শিহু (দীপা ডেকা)
১৮৫) ডিফু হ’ল তোমাৰে নাম ( দিগন্ত শইকীয়া)
১৮৬) (টিহুলৈ) টিহু হ’ল তোমাৰ নাম ( দিগন্ত শইকীয়া)
১৮৭) আজি ফাগুণৰ পুৱা বেলাতে(অৰুন্ধতী তালুকদাৰ)
১৮৯) লাজে মৰোঁ মৰোঁ ঐ জান (বিহু গীত)(প্ৰাঞ্জল বড়া)
১৯০) অ’ মোৰ গুৰু ঐ ( দিগন্ত শইকীয়া)
১৯১) অ’ অভিমানী বন্ধু ( দিগন্ত শইকীয়া)
১৯২) অ’ আমি তেজাল গাঁৱলীয়া ( দিগন্ত শইকীয়া)
১৯৩)অ’ আয়ুব খান ( দিগন্ত শইকীয়া)
১৯৪)অ’ ককাইটি অ’ ( দিগন্ত শইকীয়া)
১৯৫)অ’ কুলিটি কি গাইছাঁ ( দিগন্ত শইকীয়া)
১৯৬)অ’ তই অবুজ মন ( দিগন্ত শইকীয়া)
১৯৭)অ’ তুমি জোন নে ( দিগন্ত শইকীয়া)
১৯৮)অ’ বান্ধ , অ’ সিপাৰৰ বান্ধ ( দিগন্ত শইকীয়া)
১৯৯) খুৰিদেউ অ’ আঘোণত চেৰা ভাত (বিহু-হুঁচৰি) (প্ৰাঞ্জল বড়া)
২০০)অ’ বান্ধৈ তাঁতৰ শালৰ শিপিনী ( দিগন্ত শইকীয়া)
২০১) অ’ ভাৰতৰে পঁজা ঘৰত ( দিগন্ত শইকীয়া)
২০১) জোনে দি উমলাম তোকে হেৰ’ নাচনী (বিহু গীত) (প্ৰাঞ্জল বড়া)
২০২) হে চকলা টেঙাটি অকলে নেখাবি (দীপা ডেকা)
২০৩) আনৰ কাৰণে জীৱ্ন শলিতা (অৰুন্ধতী তালুকদাৰ)
২০৪) অ’ ভাৰতীৰে ( দিগন্ত শইকীয়া)
২০৫) অ’ মালতী কথা এটি ( দিগন্ত শইকীয়া)
২০৬) অ’ মোৰ জীৱনৰ ( দিগন্ত শইকীয়া)
২০৭) অ’ মোৰ ভৈয়াই ( দিগন্ত শইকীয়া)
২০৮) মন ক্ষণে ক্ষণে বিনায়(মালিনী গোস্বামী)
২০৯) কৰ্মই আমাৰ ধৰ্ম (মালিনী গোস্বামী)
২১০) আজি ঈদৰ এই মেহফিলত নফৰতৰ চিন-চাপ নাই (প্ৰাঞ্জল বড়া)
২১১)বিক্ষুদ্ধ বিশ্বকন্ঠই অহোৰাত্ৰি চিঞঁৰে, চিঞঁৰে (প্ৰাঞ্জল বড়া)
২১২) আমি একেখন নাৱৰে যাত্ৰী (বিষ্ণু শইকীয়া)
২১৩) অ সুৰ খেলিমেলি হ’ল ( দিগন্ত শইকীয়া)
২১৪) অ’ হৰি ইখন স্রজিলাঁ ( দিগন্ত শইকীয়া)
২১৫) অকণ ঘৰলৈ আহিলে ( দিগন্ত শইকীয়া)
২১৬) অকোৱা – পকোৱা বাট ( দিগন্ত শইকীয়া)
২১৭) চৰাইপুঙৰ কপৌ চৰাই (উদ্দীপ তালুকদাৰ)
২১৮) মইনাজান মইনাজান (উদ্দীপ তালুকদাৰ)
২১৯) চিনাকি মোৰ মনৰ মানুহ (উদ্দীপ তালুকদাৰ)
২২০) তেৰশ চৌৱন্নৰ (উদ্দীপ তালুকদাৰ)
২২১) মোক জংলী জংলী দুনিয়াই কয় (উদ্দীপ তালুকদাৰ)
২২২) অগ্নিগড়ৰ স্থাপত্য ( দিগন্ত শইকীয়া)
২২৩) মহাত্মাই হাসি বোলে ৰাম ৰহিম (বিষ্ণু শইকীয়া)
২২৪) আহিন মহীয়া শেৱালি সৰিলে, নিয়ৰত তিতিলে বন (প্ৰাঞ্জল বড়া)
২২৫) গুৱাহাটীৰ কোনোবা এটি (গীতাৰ্থ বৰদলৈ)
২২৬) আকৌ যদি যাব লাগে শৰাইঘাটলৈ (গগন কলিতা)
২২৭) অ’ মইনা কেতিয়া আহিলি তই (বিষ্ণু শইকীয়া)
২২৮) কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে (বিষ্ণু শইকীয়া)
২২৯)সোণৰ হৰিণা তই ক’ত দেখিলি (দীপা ডেকা)
২৩০)মোক এজন বগা মানুহ দিয়া (দীপা ডেকা)
২৩১)অতিকৈ চেনেহৰ বহলকৈ পৃথিৱী ( দিগন্ত শইকীয়া)
২৩২)অপৰূপা অপৰূপা ( দিগন্ত শইকীয়া)
২৩৩) অয় অয় আকাশ শুব ( দিগন্ত শইকীয়া)
২৩৪) অৰুণ কিৰন শিৰৰ ভূষণ ( দিগন্ত শইকীয়া)
২৩৫) অলিয়া – বলিয়া মন ( দিগন্ত শইকীয়া)
২৩৬)অলৌগুটি তলৌগুটি ( দিগন্ত শইকীয়া)
২৩৭) অসমী আইৰে লালিতা পালিতা ( দিগন্ত শইকীয়া)
২৩৮)মোৰ নাই একোৱেই নাই (দীপা ডেকা)
২৩৯) নতুন নিমাতী নিয়ৰৰে নিশা (দীপা ডেকা)
২৪০)হালিচে জালিচ বাঁহৰে পাত (হিম জ্যোতি তালুকদাৰ)
২৪১)তুমি হ’বা মোৰ ঘৰৰ লখিমী বোৱাৰী (হিম জ্যোতি তালুকদাৰ)
২৪২) মাঘত দেখোন উৰুকা নহয় তুমি নহ’লে (হিম জ্যোতি তালুকদাৰ)
২৪৩) অসম দেশৰ বাগিচাৰে ( দিগন্ত শইকীয়া)
২৪৪) বিৰাজে কি সাজে প্ৰকৃতিৰে জীয়ৰী (মালিনী গোস্বামী)
২৪৬) আকাশ বিশাল( দিগন্ত শইকীয়া)
২৪৭) আকাশ সাবটি নামিলোঁ সাগৰত( দিগন্ত শইকীয়া)
২৪৯) আগলি বাঁহৰে( দিগন্ত শইকীয়া)
২৫০) আজি কি আনন্দ পেখোঁ( দিগন্ত শইকীয়া)
২৫১) পিতৃ গৃহ ত্যাগি আই মোৰ পতি গৃহে যায় (মালিনী গোস্বামী)
২৫২) আজি জীৱন বুটলিবি ( দিগন্ত শইকীয়া)
২৫৩) নেজানিলো কিদৰে পূজিম তোক আই (দীপা ডেকা)
২৫৪) আজি বতৰ গাভৰু হ’ল ( দিগন্ত শইকীয়া)
২৫৫) আতঙ্কবাদ হুঁচিয়াৰ ( দিগন্ত শইকীয়া)
২৫৬) আমাৰে ভন্টি শুব এ’ ( দিগন্ত শইকীয়া)
২৫৭) আমাৰে মইনা শুইছে ( দিগন্ত শইকীয়া)
২৫৮)মোৰ মৰমে মৰম বিচাৰি যায় (মৌচুমী ভূঞা চৌধুৰী)
২৫৯) ৰূপহ কোৱঁৰৰ চুমা পৰশতে (দীপা ডেকা)
২৬০) যায় ব্ৰত সংকল্প ভাঙি (বনজীত্ পাঠক)
২৬১) কোন ক’ত লটি ঘটি (বনজীত্ পাঠক)
২৬২)নেকান্দিবা নেকান্দিবা মোৰে নতুন কইনা (অৰুন্ধতী তালুকদাৰ)
২৬৩) কিহৰ ৰাগীত জলাকলা হলি (অৰুন্ধতী তালুকদাৰ)
২৬৪) আমি ভাইটি-ভন্টি( দিগন্ত শইকীয়া)
২৬৫) আলফুলীয়া কুমলীয়া( দিগন্ত শইকীয়া)
২৬৬)আহুধান দাবলৈ ( দিগন্ত শইকীয়া)
২৬৭) উদং উদং গা ( দিগন্ত শইকীয়া)
২৬৮) উৰ্ উৰ্ শান্তিৰ পখীটি ( দিগন্ত শইকীয়া)
২৬৯) জুইয়ে পোৰা তিৰাশীৰ (দীপা ডেকা)
২৭০)মোৰ একেটি সূৰত বাঁহীটি বন্ধা (দীপা ডেকা)
২৭১)তেঁও মেলানী মাগিলে আজি মিলন মেলাৰ (দীপা ডেকা)
২৭২)এ’ জীৱনৰ নদীৰ কতনা মোহনা ( দিগন্ত শইকীয়া)
২৭৩)এ’ নৰ মনিচ যাবইলাগিব তই ( দিগন্ত শইকীয়া)
২৭৪)এই ধুনীয়া গধূলি লগন ( দিগন্ত শইকীয়া)
২৭৫) এই পানী ( দিগন্ত শইকীয়া)
২৭৬)বুকু ভৰা মৰম দিছা (বিষ্ণু শইকীয়া)
২৭৭) ষড়যন্ত্ৰ কৰি দেশক পণ্য কৰি (দীপা ডেকা)
২৭৮) এই পৃথিৱী এক ক্রীড়াঙ্গন ( দিগন্ত শইকীয়া)
২৭৯)এই ব’হাগ জ্বলন্ত তৰুণ ( দিগন্ত শইকীয়া)
২৮০)এই বিহুৰে উৰুকা নিশা ( দিগন্ত শইকীয়া)
২৮১)এই ভিজা ভিজা ৰাতি ( দিগন্ত শইকীয়া)
২৮২)এই মহিলা মহিলা ক’লৈনো আহিলাঁ ( দিগন্ত শইকীয়া)
২৮৩)এক বিন্দু দুই বিন্দু ( দিগন্ত শইকীয়া)
২৮৪)এটি মনৰ দুটি মানুহ( দিগন্ত শইকীয়া)
২৮৫)কঁপি উঠে কিয় তাজমহল ? ( দিগন্ত শইকীয়া)
২৮৬)কঁহুৱা কোমল উশাহ মোৰ ( দিগন্ত শইকীয়া)
২৮৭)ক – খ – গ – ঘ ( দিগন্ত শইকীয়া)
২৮৯)কাৰ আকাশৰ ৰামধেনুখনি (মালিনী গোস্বামী)
২৯০)নতুন নতুন সাহ আহিল নতুন সাহ (মালিনী গোস্বামী)
২৯১) কটন কলেজ , কটন কলেজ ( দিগন্ত শইকীয়া)
২৯২)কা: মঙাইহ্ চে: ( দিগন্ত শইকীয়া)
২৯৩) কাকনো সুঁৱৰি কিনো বিচাৰি ( দিগন্ত শইকীয়া)
২৯৪)কাকিনী তামোলৰ ( দিগন্ত শইকীয়া)
২৯৫) কাৰোবাৰ দুনয়ন সৰগৰ তৰা ( দিগন্ত শইকীয়া)
২৯৬) কাশ্যপ ঋষিৰ আশ্রমখনি ( দিগন্ত শইকীয়া)
২৯৭) কাহিনী এটা লিখাঁ ( মৌচুমী ভূঞা চৌধুৰী)
২৯৮) কি কৰোঁ কি কৰোঁ উপায় ( দিগন্ত শইকীয়া)
২৯৯) অ’ মোৰ মৰমৰ নতুন পুৰুষ (দীপা ডেকা)
৩০০) অ’ বোৱাৰী তামোল এখন খুন্দা (প্ৰাঞ্জল বড়া)
৩০১)উদাস উদাস ম’ন পথাৰ (দীপা ডেকা)
৩০২)জীক মীক দেৱালীৰ বন্তি জ্বলে (দীপা ডেকা)
৩০৩)নিজকে কিয় চাওঁ বুজিতো নাপাওঁ (মালিনী গোস্বামী)
৩০৪) এইখন কলিয়াবৰ ( মৌচুমী ভূঞা চৌধুৰী)
৩০৫)আই মোৰ সোণৰে অসমত (দীপা ডেকা)
৩০৬)টোপ টোপ নিয়ৰ সৰিছে চাৰে তিনিটা বাজিছে (বিহুসুৰীয়া) (প্ৰাঞ্জল বড়া)
৩০৭)জীৱন জুৰি দুখেই পালো (দীপা ডেকা)
৩০৮)কি যে ছন্দত হ’লোঁ বন্দী ( দিগন্ত শইকীয়া)
৩০৯)কি যে তোমাৰ সঙ্গ প্রিয়া( দিগন্ত শইকীয়া)
৩১০)কিৰিলি কিৰিলি মাৰিলি( দিগন্ত শইকীয়া)
৩১১)কিছু দিন আগতে পুঁৱতি নিশাতে( দিগন্ত শইকীয়া)
৩১২)কুঁৱলী কুঁৱলী কি ৰগৰ কৰিলি( দিগন্ত শইকীয়া)
৩১৩)কুলিটোৱে বাৰে বাৰে কান্দে( দিগন্ত শইকীয়া)
৩১৪)কোন এই ললনা( দিগন্ত শইকীয়া)
৩১৫)কোন চিত্রলেখীয়ে( দিগন্ত শইকীয়া)
৩১৬)কি পালি কি পালি ( দিগন্ত শইকীয়া)
৩১৭) পদ্মাৰ ধুমুহাই( দিগন্ত শইকীয়া)
৩১৮) পাগলাদিয়াৰ পাৰে পাৰে( দিগন্ত শইকীয়া)
৩১৯) পাহাৰ – ভৈয়ামৰ সঙ্গম থলীতে( দিগন্ত শইকীয়া)
৩২০)পাহাৰৰ সিপাৰে( দিগন্ত শইকীয়া)
৩২১) পিয়লি পিয়লি( দিগন্ত শইকীয়া)
৩২২)পীৰিতি নামৰে তিনিটি আখৰে( দিগন্ত শইকীয়া)
৩২৩)জীৱন নদীৰ দুয়োপাৰৰ মহিমা অপাৰ হে (অৰুন্ধতী তালুকদাৰ)
৩২৪)জিগি জাগি জাও অ গিজাও (অৰুন্ধতী তালুকদাৰ)
৩২৫) শুন শুন ৰে সুৰ (অৰুন্ধতী তালুকদাৰ)
৩২৬) মোৰ গাটো দেখোন (দীপা ডেকা)
৩২৭) নোবোলো তোক সোণৰ অসম (দীপা ডেকা)
৩২৮)পেহী অ’ পেহা( দিগন্ত শইকীয়া)
৩২৯)প্রচন্দ ধুমুহাই প্রশ্ন কৰে মোক(গীতাৰ্থ বৰদলৈ)
৩৩০)প্রথম প্রহৰ ৰাত্রি( দিগন্ত শইকীয়া)
৩৩১)প্রতি নেত্র অশ্রুসিক্ত( দিগন্ত শইকীয়া)
৩৩২)প্রথম মৰমে যদি সঁহাৰি নেপায়( দিগন্ত শইকীয়া)
৩৩৩)বনৰে পখীটি( দিগন্ত শইকীয়া)
৩৩৪)লুইতৰ বলিয়া বান( দিগন্ত শইকীয়া)
৩৩৫)শতিকাৰ ৰূপ খেদোঁ( দিগন্ত শইকীয়া)
৩৩৬)কাকডোঙাৰ বৰালি আহে নো ডাঢ়ি ডাঙি (বিহু গীত) (প্ৰাঞ্জল বড়া)
৩৩৭)এ ৰংপুৰৰ ৰংমন বিহুলৈ আহিলে…চাঙৰ চিৰা পিঠা (বিহু গীত) (প্ৰাঞ্জল বড়া)
৩৩৮)জন্মদিন ( দিগন্ত শইকীয়া)
৩৩৯)ৰংপুৰ তোৰে নাম হোক(শ্যামন্ত কুমাৰ গোস্বামী)
৩৪০)দুৰ দিগন্তত (স্যামন্ত কুমাৰ গোস্বামী)
৩৪১)বিহুটি বছৰি আহিবা (স্যামন্ত কুমাৰ গোস্বামী)
৩৪১)শৰতৰ শেৱালীৰ(স্যামন্ত কুমাৰ গোস্বামী)
৩৪২)মৌন মোৰ ৰুগীয়া মাই (স্যামন্ত কুমাৰ গোস্বামী)
৩৪৩)ছাগৰ ছাল চেলাবৰ ডবুৱা কটাৰী (দীপা ডেকা)
৩৪৫)কুলি কেতেকীয়ে ইনালে বিনালে (অৰুন্ধতী তালুকদাৰ)
৩৪৬)নতুন পুৰুষ নতুন পুৰুষ (দীপা ডেকা)
৩৪৭)আগ বাঢ়া (স্যামন্ত কুমাৰ গোস্বামী)
৩৪৮)সাত সমুদ্রৰ পাৰৰে (স্যামন্ত কুমাৰ গোস্বামী)
৩৪৯)সেন্দুৰ সেন্দুৰ প্রভাতী সূৰুজ(স্যামন্ত কুমাৰ গোস্বামী)
৩৫০)সেন্দুৰ সেন্দুৰ ফোঁটটিয়ে (স্যামন্ত কুমাৰ গোস্বামী)
৩৫১)(তুমি অসমীয়া ) শংকৰে সিচেঁ নামৰ কঁঠীয়া ( ৰসানন্দ গগৈ)
৩৫২)চয়নিকা চয়নিকা চয়নিকা চয়নিকা (দীপা ডেকা)
৩৫৩)চৰাই চিকুন অ’লীলা ৰহিলা (দীপা ডেকা)
৩৫৪)চেনাই মোৰ অ’ গাভৰু কালতে (দীপা ডেকা)
৩৫৫)চেনাই মোৰ ঐ ..গুণগুণাই, গুণগুণাই, গুণগুণাই (দীপা ডেকা)
৩৫৬)গাৱৰে জীয়ৰী সপোন সুন্দৰী (দীপা ডেকা)
৩৫৭)চেনেহীৰ ফটা ৰিহা (দীপা ডেকা)
৩৫৮)ৰাইজৰ এইগাল লোক (দীপা ডেকা)
৩৫৯)গোদাবৰী নৈৰে পাৰৰে পৰা (দীপা ডেকা)
৩৬০)যদি বিচৰা নাই পুনাৰ মাক (বিহু গীত) (প্ৰাঞ্জল বড়া)
৩৬১)ব্ৰহ্মপুত্ৰৰ দুটি পাৰ দলঙে লগ লগালে (মালিনী গোস্বামী)
৩৬২)ৰঙীন ৰঙীন এই জীৱন (বনজীত্ পাঠক )
৩৬৩)জিল্মিলীয়া কোমল বালি (বনজীত্ পাঠক )
৩৬৪)বন্ধুৰ বাড়ীতে তাল গাছে ঢোলে (বনজীত্ পাঠক )
৩৬৫) জেঠৰে তেৰৰে বুধৰ দুপৰীয়া (মালিনী গোস্বামী)
৩৬৬)হু হু ধুমুহা আহিলেও (অৰুন্ধতী তালুকদাৰ)
৩৬৭)তোমাৰ দেখোঁ নাম পত্রলেখা (অৰুন্ধতী তালুকদাৰ)
৩৬৮)জাগ্রত মানুহৰ ছাঁ দেখি ( দিগন্ত শইকীয়া)
৩৬৯)জ্ঞানীজনে কয় ( দিগন্ত শইকীয়া)
৩৭০)মই লাচিতে কৈছো (গগন কলিতা)
৩৭১)মঙ্গলদৈ তোমাৰ নাম হওঁক মঙ্গল তোমাৰ (মালিনী গোস্বামী)
৩৭২)বহাগী অ’, অ’ শাওণী (মালিনী গোস্বামী)
৩৭৩)নব নব বহাগ আহে (দীপা ডেকা)
৩৭৪)ধুনীয়া ৰঙৰ নতুন পাহিৰ (দীপা ডেকা)
৩৭৫) দৰিকা দিচাঙে ( দিগন্ত শইকীয়া)
৩৭৬)দলিত ভাৰতৰ আশাৰ প্রতীক( দিগন্ত শইকীয়া)
৩৭৭) দিখৌৰ বুকুতে সেউজী মাজুলী( দিগন্ত শইকীয়া)
৩৭৮)দিহিঙে – দিপাঙে আজীৱন ঘুৰিলো( দিগন্ত শইকীয়া)
৩৭৯)দুখৰে উপৰি দুখ মোৰ ৰাইজ ঐ( দিগন্ত শইকীয়া)
৩৮০)দুয়ো মুখামুখি( দিগন্ত শইকীয়া)
৩৮১) ধম্ ধমা ধম্ ধম্ ধমা ধম্( দিগন্ত শইকীয়া)
৩৮২)নৱমল্লিকাৰ হেঁপাহ( দিগন্ত শইকীয়া)
৩৮৩)নিজকে দেখি আজিকালি( দিগন্ত শইকীয়া)
৩৮৪) নিশাৰ এন্ধাৰ পোহৰালে কোনে( দিগন্ত শইকীয়া)
৩৮৫)নামি আহাঁ সুন্দৰৰে( দিগন্ত শইকীয়া)
৩৮৬)আঢ়ৈ ধান লেচীয়া বানিবি কেতিয়া (অৰুন্ধতী তালুকদাৰ)
৩৮৭)ধাননি পথাৰত লখিমী নামিছে নিয়ৰ টোপাটোপে সৰে (প্ৰাঞ্জল বড়া)
৩৮৯)তুলসীৰ তলে তলে (স্যামন্ত কুমাৰ গোস্বামী)
৩৯০)জীৱন সিন্ধু বহু বিন্দুৰে হয়(স্যামন্ত কুমাৰ গোস্বামী)
৩৯১)বিজুলীৰ পোহৰ মোৰ নাই (বিষ্ণু শইকীয়া)
৩৯২) জীৱনটো যদি অভিনয় হয় (বিষ্ণু শইকীয়া)
৩৯৩) জীৱন ঘড়ীৰ প্ৰতিটো প’ল (বনজীত্ পাঠক )
৩৯৪) জোনাকী পৰুৱাৰ পোহৰে পোহৰে (বনজীত্ পাঠক )
৩৯৫)নব নব পুৰুষৰ নোপোৱাৰ প্ৰকাশক (দীপা ডেকা)
৩৯৬)জোনাই যেন জোনাকত(স্যামন্ত কুমাৰ গোস্বামী)
৩৯৭)জোনাক জোনাক শীতল জোনাক(দীপা ডেকা)
৩৯৮)তোমাৰ ৰথৰ জয়ধ্বজা(দীপা ডেকা)
৩৯৯)জীৱ্ন যদি হেৰালে তোৰ (দীপা ডেকা)
৪০০)কোমল কোমল দুটি (দ্বৈত কন্ঠত) ( দিগন্ত শইকীয়া)
৪০১)নাই নাই নাই হেনো (লাল বাহাদুৰ শাস্ত্রীৰ প্রতি)( দিগন্ত শইকীয়া)
৪০২)মই অথাই জলধিৰ মাজলৈ( দিগন্ত শইকীয়া)
৪০৩)মই সপোন পুৰীৰ ৰূপকুঁৱৰী( দিগন্ত শইকীয়া)
৪০৪)মঙ্গল হওক ন-শতিকাত( দিগন্ত শইকীয়া)
৪০৫)মৎস্য কূৰ্ম্ম নৰসিংহ( দিগন্ত শইকীয়া)
৪০৬)মোৰ বুকুৰ জ্বালাত নয়ন উতলে( দিগন্ত শইকীয়া)
৪০৭)শব্দ আৰু সুৰৰ পৃথিৱীত( দিগন্ত শইকীয়া)
৪০৮)সদা হাঁহি মুখ( দিগন্ত শইকীয়া)
৪০৯)সংগ্রাম লগ্নে আজি( দিগন্ত শইকীয়া)
৪১০)সুখ নাই দুখ নাই( দিগন্ত শইকীয়া)
৪১১)সুৰ নগৰীৰ সুৰৰ কুমাৰে( দিগন্ত শইকীয়া)
৪১২)সুৰাত মগন ভয়াল ৰাতি( দিগন্ত শইকীয়া)
৪১৩)সেইজীয়া বননিৰ( দিগন্ত শইকীয়া)
৪১৪)সূৰ্য্য উদয় যদি লক্ষ্য আমাৰ( দিগন্ত শইকীয়া)
৪১৫)সোঁৱৰণী কুঁৱলীয়ে( দিগন্ত শইকীয়া)
৪১৬)সোঁৱৰণি মোৰ ৰাঙলী জীৱনৰ( দিগন্ত শইকীয়া)
৪১৭)সোনৰ কাঠিৰ পৰশ পোৱা( দিগন্ত শইকীয়া)
৪১৮)স্নেহেই আমাৰ শত শ্রাৱণৰ( দিগন্ত শইকীয়া)
৪১৯)হাৱা নাই বাতাস নাই( দিগন্ত শইকীয়া)
৪২০)হায়ৰে প্রাণেৰ বাছা মোৰ( দিগন্ত শইকীয়া)
৪২১)হে’ মোৰ অসমৰ শ্রোতা( দিগন্ত শইকীয়া)
৪২২)মই এই মাটিৰে ল’ৰা(দীপা ডেকা)
৪২৩)সু উচ্চ পাহাৰৰ(দীপা ডেকা)
৪২৪)মৃত্যু সাবটি সমাধিতলিত(দীপা ডেকা)
৪২৫)লুইততে মোৰ ঘৰ(দীপা ডেকা)
৪২৬)লুইতৰ পাৰ দুটি(দীপা ডেকা)
৪২৭)সুন্দৰী চাঁও কিনো কল্পনা(দীপা ডেকা)
৪২৮)লুইত পৰীয়া তেজাল ডেকা(দীপা ডেকা)
৪২৯)মোৰ মন বাঘ যদি আজি চৰাই হয় ( মৌচুমী ভূঞা চৌধুৰী)
৪৩০)একেই আকাশ,একেই মাটি (অৰুন্ধতী তালুকদাৰ)
৪৩১)বৰ্তমান পৃথিৱীৰ ভীষণ অসুখ ( দিগন্ত শইকীয়া)
৪৩২)এই চকু সেই চকু ( দিগন্ত শইকীয়া)
৪৩৩)চুচুক চামাককৈ দীপালীজনীয়ে (অৰুন্ধতী তালুকদাৰ)
৪৩৪)তেজৰে কমলাপতি(অৰুন্ধতী তালুকদাৰ)
৪৩৫)শৰত কালৰ ৰাত্ৰি ( দিগন্ত শইকীয়া)
৪৩৬) শ্বহীদ প্রণামো তোমাক ( দিগন্ত শইকীয়া)
৪৩৭)সেন্দূৰ সেন্দূৰ প্রভাতী সূৰুজ (২য়) ( দিগন্ত শইকীয়া)
৪৩৮)ময়ূৰী ময়ূৰী ( দিগন্ত শইকীয়া)
৪৩৯)মহামানবৰ ত্যাগৰ অগনিয়ে ( দিগন্ত শইকীয়া)
৪৫০) আজঁলি হিয়াৰ মাজে বিজুলি বাণ মাৰে ( দিগন্ত শইকীয়া)
৪৫১) বজালে আহিনে বাঁহীনে বীণ সুৰত পালানে চিন ( দিগন্ত শইকীয়া)
৪৫২) বীণ বৰাগী তোৰ বীণখনি ল’ তুলি ( দিগন্ত শইকীয়া)
৪৫৩)এইখন মানুহৰ দেশ (অৰুন্ধতী তালুকদাৰ)
৪৫৪)শুনা শুনা হে’ ( দিগন্ত শইকীয়া)
৪৫৫) বিহু বিহু লাগিছে গাত ( দিগন্ত শইকীয়া)
৪৫৬) অঞ্জলি ( দিগন্ত শইকীয়া)
৪৫৭)দেহি ঐ..এই হেন বতৰত (দীপা ডেকা)
৪৫৮)বিশ্বৰ চন্দে চন্দে (ৰাভা সঙ্গীত) ( দিগন্ত শইকীয়া)
৪৫৯) গৰখীয়া হেৰৌ গৰখীয়া ( দিগন্ত শইকীয়া)
৪৬০)সুৰৰে দেউলৰে (ৰাভা সঙ্গীত) ( দিগন্ত শইকীয়া)
৪৬১) অ’ জীৱন ডিঙা বাই থাকা ( দিগন্ত শইকীয়া)
৪৬২) অ’ গুৰুদেউ ইকথা পতিয়াব কোনে ( দিগন্ত শইকীয়া)
৪৬৩)তুমিয়ে গোৱালা প্রিয়া গান ( দিগন্ত শইকীয়া)
৪৬৪) When I was just a little boy ( দিগন্ত শইকীয়া)
৪৬৫) ফাগুণী জোনাক ঐ ( দিগন্ত শইকীয়া)
৪৬৬) হে জয় ৰঘুৰ নন্দন ( দিগন্ত শইকীয়া)
৪৬৭)মই যেন এক স্তিমিত সূৰ্য্য ( দিগন্ত শইকীয়া)
৪৬৮) মুচলমানে বোলে হ’ আল্লা ( দিগন্ত শইকীয়া)
৪৬৯)আজি আকাশৰ শেষ হ’ব পাই ( দিগন্ত শইকীয়া)
৪৭০) তোৰ নাই যে বন্ধোৱা বাট ( দিগন্ত শইকীয়া)
৪৭১) আই মোৰ সোণৰে অসমৰ ( দিগন্ত শইকীয়া)
৪৭২) আকৌ সেউজীয়াই বজালে বীণ ( দিগন্ত শইকীয়া)
৪৭৩)জীৱন সুন্দৰ মৰম সুন্দৰ(স্যামন্ত কুমাৰ গোস্বামী)
৪৭৪)নমনি একোকে নমনি (স্যামন্ত কুমাৰ গোস্বামী)
৪৭৫)উদ্ধৱ বন্ধু ((মিতালী বৰ্মন)
৪৭৬) আমাৰে সখীয়া আকুল বিয়াকুলে (অৰুন্ধতী তালুকদাৰ)
৪৭৭) এক দুই তিনি চাৰি (প্ৰাঞ্জল বড়া)
৪৭৮) ৰাধা অ’, ৰাধা ৰাধা (প্ৰাঞ্জল বড়া)
৪৭৯)মই জানোঁ মই কি (প্ৰাঞ্জল বড়া)
৪৮০) কথাৰে নহয় বন্ধু, কামত পৰিচয় (প্ৰাঞ্জল বড়া)
৪৮১) সখী কোৱা এটিবাৰ কোৱা (প্ৰাঞ্জল বড়া)
৪৮২)ভৰ বাৰিষাৰ ( দিগন্ত শইকীয়া)
৪৮৩) মোৰ মন যায় বুদ্ধিজীৱীৰ (মালিনী গোস্বামী)
৪৮৪) সঞ্জয়, মোৰ অন্ধ নয়ন (মালিনী গোস্বামী)
৪৮৫) (সখী হে কি ক’ম দুখৰে কথা) মালতীৰে চাকি খোপাতে পিন্ধিলোঁ ( দিগন্ত শইকীয়া)
৪৮৬) গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে ( দিগন্ত শইকীয়া)
৪৮৭) চাহেব যাই আগতে, ভকত যাই পাছতে (প্ৰাঞ্জল বড়া)
৪৮৮) সৌ কাজল কাজল মেঘ (প্ৰাঞ্জল বড়া)
৪৮৯) প্ৰথম প্ৰহৰ ৰাত্ৰি (উদ্দীপ তালুকদাৰ)
৪৯০) জয় জয় নৱজাত বাংলা দেশ (উদ্দীপ তালুকদাৰ)
৪৯১) জনকপুৰৰ জানকীয়ে (উদ্দীপ তালুকদাৰ)
৪৯২)দে উদঙাই দে ঢালি দে (অৰুন্ধতী তালুকদাৰ)
৪৯৩) চটাই পৰেবতৰ ( দিগন্ত শইকীয়া)
৪৯৪) (বাল্মীকি আশ্রম) অ’ হৰি , ইখন স্রজিলা কিনো শান্তি নিকেতন ( দিগন্ত শইকীয়া)
৪৯৫) সংগ্রাম যদি জীৱনৰ এটি নাম ( দিগন্ত শইকীয়া)
৪৯৬) ভণ্টি অ’ ভণ্টি ( দিগন্ত শইকীয়া)
৪৯৭) ভূপেন মামাৰ গীতে মাতে অ আ ক খ ( অ হ’ল অসমৰ ) ( দিগন্ত শইকীয়া)
৪৯৮)(নাৱ খেলৰ গীত) অ’ মোৰ মলুৱা হে ( দিগন্ত শইকীয়া)
৪৯৯) এ জয় ৰঘুৰ নন্দন হে ৰাঘৱ ( ভক্তিমূলক গীত) ( দিগন্ত শইকীয়া)
৫০০)শ্যাম কানু দূৰ হৈ নায