কবিতা উমান (নৱ কোঁৱৰ) August 14, 2014 0 Comments নিমাওমাও হৈ পৰা ৰঙা কলিজাত কিহেবাৰ তপত আক্ৰোশ? খিৰিকীত আঁৰি থোৱা ফুলাম পৰ্দাত সুখৰ মধুৰ ফুলজাৰি? তাৰ সিপাৰেই মই তাত এতিয়া নিতৌ বহে বিষাদৰ হাট!! দুখৰ শিতানত সুখবোৰ বহুৱাই বহুবাৰ চোলা পিন্ধি বাটৰ নাট। ওখোৰা মোখোৰা এই দিকচৌ বাট॥