উল্লাসিত স্বাধীনতা (–উদ্দীপ তালুকদাৰ)

পৃথিৱীৰ গোলকটো মোৰ মেজত মেলি দিলোঁ
নখেৰে আঁকুহি আঁকি দিলোঁ
কেইটামান কটা-কটি দাগ
বিৰিঙি উঠা তেজৰ সীমাৰ ভিতৰত
বন্দী হৈ ৰ’ল উল্লাসিত স্বাধীনতা

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!