এই প্ৰেম – ধৰিত্ৰী লাহন

প্ৰিয় নম্বৰটো ডায়েল কৰি তাই মবাইলৰ স্ক্ৰীণখনলৈ হেঁপাহেৰে চাই থাকিল৷ তাই জানে চিমখনত বেলেন্স নাই আৰু নম্বৰটোৰ গৰাকীয়ে এই কথাটো কাহানিও নাজানিব৷ সেয়ে তাই নিশ্চন্ত মনে বাৰে বাৰে ডায়েল কৰে জিলিকি উঠা নামটো চাবলৈয়ে৷ ☆★☆

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!