এদিন ( -টুটু মণি বৰুৱা শইকীয়া)

এদিন
******
-টুটু মণি বৰুৱা শইকীয়া৷

এদিন মই যামগৈpodum
তোমাৰ মাত এষাৰ মাত্ৰ এষাৰ মাতলৈ বাট চাই
তোমাৰ মৰমৰ মাত এষাৰৰ অভাৱতে যে মই
যাক তুমি সদ্যপ্ৰদুস্ফিত এপাহি পদুম বুলিছিলা
অকালতে পাহি নেমেলাকৈয়ে মৰহি যাম …..
এদিন মই যামগৈ ..
সেইদিনা তোমালৈ মোৰ মনত পৰিব
কিন্তুু মোৰ মনৰ বেদনা বোৰ নুবুজিবা তুমি
যিদিনা মই যামগৈ হয়তু সেইদিনা তুমিও কৰিবা অনুভৱ
মোৰ অবৰ্তমানৰ অনুভৱ! ! !

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!