এনাজৰী ডটকমলৈ ‘মন্থন ছাউথ এছিয়া ‘আৰু ‘এছিয়া পেচিফিক’ বঁটা

এনাজৰী ডটকমলৈ ‘মন্থন ছাউথ এছিয়া ‘আৰু ‘এছিয়া পেচিফিক’ বঁটা

 

 

ছ’চিয়েল নেটৱকিং ছাইট অৰকুটৰ মাধ্যমত চিনাকী হোৱা বিশ্বৰ ভিন্ন প্ৰান্তৰৰ যুৱক যুৱতীয়ে ২০১০ চনত আৰম্ভ কৰা প্ৰকল্প এনাজৰী ডটকমে ২০১২ বৰ্ষৰ তথ্য-প্ৰযুক্তিৰ সন্মানীয় ‘মন্থন ছাউথ এছিয়া’ আৰু ‘এছিয়া পেচিফিক’ বঁটা লাভ কৰি আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাৰ লগতে অসমবাসীক গৌৰৱান্বিত কৰিছে । দক্ষিণ এছিয়াকে ধৰি এছিয়া পেচিফিক অঞ্চলৰ ৩৬ খন দেশৰ অন্তৰ্ভুক্তিৰে প্ৰদান কৰা এই বঁটা লাভ কৰা এনাজৰী ডটকম হৈছে অসমৰ প্ৰথমটো প্ৰকল্প । এই প্ৰকল্পই ই-সংস্কৃতি আৰু ঐতিহ্য শিতানত শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰে ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!