কক্-টেইল (জোত্স্না গগৈ)


আহিবি বান্ধৈ আজি সন্ধিয়া,
বুকুত আনিবি দুখবোৰ সাঁচতীয়া,
বনাম কক্-টেইল দুখৰ…
পি যাম এপিয়লা দুপিয়লা।
—–**—–

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
পঙ্কজ কুমাৰ ৰয়
10 years ago

দুখৰ দুখৰীয়া কবিতা…..

Copying is Prohibited!