ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

কণমান কবিতা কিজানি(- চন্দ্রমা কলিতা)

 

এতিয়া আৰু সুধি নাথাক
শিল বৰষা কলিজাত তই থকা নথকাৰ কথা
কুঁৱলিৰ সিপাৰৰ পৰা ওলায়ো নাহিলি
স্পন্দনবিলাকত মাৰ যাবও নুখুজিলি
হেৰৌ বলিয়া কবি,
কবিতাবোৰ কবিতা হৈ নথকাত কিহৰ এনে আপত্তি
একেজাক দোপালপিতা বৰষুণতে যে মোক আজিও ভিজাবলৈ নেৰিলি?
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!