কবিতা (আস্নায়ন দেৱাশীষ শৰ্মা)
ভোকে খেদি ফুৰে কুমলিয়া পেটবোৰক..
ভোকেই তুলি দিয়ে হাতবোৰ ওপৰলৈ,
“দাদা এটকা এটা দিয়ক”
আভিজাত্যৰ হাঁহি খিকিন্দালিত
তল পৰি যায় কৰোবাৰ পেটৰ কলমলনি শব্দ!
“খাবলৈ নোপোৱাৰ জাত, আঁতৰ হ!!”
ভোকে খেদি ফুৰে কুমলিয়া পেটবোৰক..
ভোকেই তুলি দিয়ে হাতবোৰ ওপৰলৈ,
“দাদা এটকা এটা দিয়ক”
আভিজাত্যৰ হাঁহি খিকিন্দালিত
তল পৰি যায় কৰোবাৰ পেটৰ কলমলনি শব্দ!
“খাবলৈ নোপোৱাৰ জাত, আঁতৰ হ!!”