কবিতা (চন্দ্রমা কলিতা)

কবিতা

তোমাৰ মৰমৰ এপাহ অপৰাজিতা
ঠৰঙা লগা হিয়াত ইমান আলফুলকৈ ৰুই দিলা
ভঙা কাঁচৰ এইফালে এতিয়া
অকল স্পর্শাতীত নীলা
শব্দৰ ছন্দতো বান্ধ নাখাই জানা
ভাললগাৰ অন্তহীন হেঁপাহ

অপৰাধ কৰি বেঙাৰ দৰে কিয় হাঁহা
বাৰে বাৰে ওলাই অহা মিছিকিয়া হাঁহিটো ক’ত লুকুৱাও কোৱা?

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!