কবিতা (বন্দনা শইকীয়া)


চকুৰ ভাষা বিধ্বস্ত দেহৰ ৰেখা
নার্চিছাছৰ দৰে আপুনিও পৰিব পাৰে
নিজৰেই প্ৰেমত…..
আৰু তেনেদৰে,
সংক্ৰমিত হব পাৰে আকৌ এবাৰ প্ৰেম
মানুহৰ পৰা মানুহলৈ
হৃদয়ৰ পৰা হৃদয়লৈ……
—–**—–

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!