ক-ফলা(- উচ্চজিৎ কলিতা)

তোমাক ভাল পাওঁ বাবেই সময়বোৰ সজীৱ সজীৱ লাগে,
তোমাক ভাল পাওঁ বাবেই জীৱনটো সহজ সহজ লাগে ।
ৰজনীগন্ধাৰ গোন্ধ সনা সূৰুযমুখী এপাহে
জগাই দিয়ে মোৰ প্ৰতিটো পুৱা,
তাৰেই ৰাগীত উন্মনা হৈ ৰয়
হৃদয়ৰ অভিন্ন প্ৰৱাহ ।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!