গাধ…( — প্ৰদীপ কুমাৰ লস্কৰ)

গাধ…
— প্ৰদীপ কুমাৰ লস্কৰ৷
donkey
ভদ্ৰ মানুহ জন বৰ নিষ্ঠুৰহৈ গ’ল
আনৰ হাতৰ পুতলাহৈ গ’ল,
বিদেশলৈ যি গ’ল নাহেই ঘূৰি
মানুহ নহয়যেন ক’লাধন হৈ গ’ল৷
নাজানো আমাক এৰিনো কিয় গ’ল
লাখ সপোন দেখুৱাই কিয় টোপনি গ’ল,
আমিটো আছিলো স্বচ্ছ অসম সেনানী
আপুনি হাতত ঝাড়ুদি ক’ত নোহোৱা হ’ল?
লক্ষ্যবোৰটো আমাক লৈ লিখিছিল, কাগজখন সজাই থৈ গ’ল
হাতযোৰ কৰি ভোট ল’লে, কৈছিল জাতিটোৰ নেতা হ’ম,
পৰিবৰ্তনৰ ঢৌ যি আহিল, আপুনি মন্ত্ৰী হ’ল
আমি গাধ আছিলো আৰু চিৰদিন গাধহৈ ৰ’ম৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!