ঘৰ (ভাৱিতা দাস)
মোক এটা ঘৰ লাগে ভাড়াৰ বাবে নহয় , মোৰ আশাবোৰ ৰ’দে বৰষুনে জিৰাবলৈ , সপোনৰ চালি হব খেৰ, হুমুনিয়াহ হব ইকৰাৰ বেৰ ৷ য’ত দুখত ওলমিব সুখ ৷ পাৰিবা ? যদি ঠিকনাটো দিলো প্ৰযত্নে , সুখ, সপোন, আশা…..