দোভাগ নিশাৰ কবিতা (শশধৰ ডেকা)

হুমুনিয়াহ এটাৰ আক্রমণত কৰ্ফাল খাই পৰি আছোঁ মই
ফেচবুকৰ সমুখত
আলফুলে তুলি ধৰোতা নাই
নাজানো সেই হুমুনিয়াহৰ ঠিকনা
ব্রহ্মপুত্র, বৰাক নে সাত সাগৰ তেৰ নদীৰ সিপাৰৰ
মনৰ ভূচিত্রাৱলী মেলি ৰৈ আছোঁ মাথো
নিৰন্ধ্র অন্ধকাৰত।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!