চুলি নুটুকিবি কেশৱতী (দীপালী বৰা)

Dipali Bora

চুলি নুটুকিবি কেশৱতী
তোৰ কেশৰ নিয়ৰকণাত
প্ৰেমৰ কাহিলি কাহিলি গোন্ধ……
তাৰে পৰশত বাজি উঠিব
হাজাৰ প্ৰেমিকৰ
উজাগৰী আঙুলিৰ
গুণগুণ ফাগুন… …

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!