ছোঁ – হিমাংশু ভাগৱতী

 

DCF 1.0

ৰফিকে কেনেকৈ ছোঁ টো বনায় গকুল মাষ্টৰে চাই থাকিল৷ অৱসৰ লোৱা দিন ধৰি মাষ্টৰক ৰাইজে কিমান যে অনুষ্ঠানৰ সভাপতি পাতিলে৷ মাষ্টৰ জড়িত মানে অনুষ্ঠানটো ভাল হবই, ৰাইজৰ বিশ্বাস আছে৷

“ৰফিকৰ ছোঁ টো চোন মইয়েই“, মাষ্টৰে ভাবি থাকিল৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!