ভিন্নস্বাদ জনপ্ৰিয় লিখকৰ ৰসাল কথা July 22, 2011 একো একোখন কিতাপ মোৰ একো একোটা সন্তানৰ দৰে”…তাকে প্ৰীতিমাক কওতে ক’লে, “অঁ, তাৰমানে ১০০ কিতাপ হ’লে ধৃতৰাস্ত, যি সন্তানৰ দোষ নেদেখে !!” কি ক ঁও এতিয়া মই ?? – শান্তনু কৌশিক বৰুৱা