দূৰণিৰ কুঁৱলী (নিয়ৰ পল্লৱ)

এটি জিলি
শুভ্ৰ নীলা এটি মেঘৰ গান
ৰাতি ৰাতি
তৰা ফুল বিচাৰি
জিন্ – জিন্ – জিন্ – জিন্
জিলিৰ তান।

তল সৰা শেৱালি
অ’ মোৰ
দূৰণিৰ কুঁৱলী
কিয় কৰিছা অভিমান
জোনাকী জনীক উলিয়াই আন।
চোৱাচোন
কহুঁৱাই অঁকা

শৰালীৰ উশাহ

আঙুলিত কিনো ৰং এইয়া- চেঁচা বতাহ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!