দৃশ্যপট (হাইকু) – অংকুৰ শইকীয়া

মৌ-সনা মাত
পক্ষীৰৱ প্ৰভাতী বেলা
ধৰাৰ বুকু
—-
বসন্ত ফুল
চিকুণ সপোনৰ চাক
সুৰীয়া বাঁহী
—-
লাজুকী লতা
শেষৰ উশাহ ঘন
শুকুলা মেঘ
—-
প্ৰাণ বৰষা
পাখি গজা বৰদৈচিলা
ফাগুনৰ বা
*********

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!