কবিতা নিসংঙ্গতা (ভবিতা দাস) March 14, 2013 0 Comments মই অনুভৱ কৰোঁ মোৰ বাবে নিসংগতা যেন কেতিয়াও নুফুৱা এটি গোৱালৰ বাঁহী হেঙুলীয়া সুৰ এটিত ওলমি থাকে গৰখীয়া বেলি।।