পুৰাণৰ দৃষ্টিৰে বৈবাহিক জীৱন(-সুব্ৰত গগৈ)

নাৰীৰ প্রকাৰ

প্রথমা পদ্মিনী দ্বিতীয়া চিত্রিণী তথা।

তৃতীয়া শঙ্খিনী চৈব চতুর্থী হস্তিনী তথা।

এবং শাস্ত্রোনিতাঃ সিদ্ধাশ্চতুর্দ্ধা নাৰীজাতয়ঃ ।।

নাৰী চাৰি প্রকাৰৰ। শ্রেষ্ঠত্বৰ শাৰীত প্রথম পদ্মিনী, দ্বিতীয় চিত্রিনী, তৃতীয় শঙ্খিনী, চতুর্থত হস্তিনী

সেই নাৰীসকলক কেনেকৈ চিনিব ?

পদ্মিনী নাৰীৰ লক্ষণ

সতী পতিব্রতা যা চ সদা ধর্মপৰায়ণাঃ ।

মৃগাক্ষী পদ্মগন্ধা চ সুবাণী কোকিললস্বনা ।।

জগন্মোহয়তে যা চ কটাক্ষৈঃ সুমনোহৰৈঃ ।

মৰালগমনা যা চ যা তু স্মিত-শুভাননা ।।

সদা স্নেহময়ী যা তু সুলিক্ষিতা ।

শাস্ত্রেষু তাদৃশী নাৰী পদ্মিনী সা স্মৃতা বুধৈঃ ।।

 

পদ্মিনী নৰী পতিব্রতা, ধর্মপৰায়ণ। অসাধু কথা আলোচনা নকৰে। ৰূপৱতী তথা দেহৰ পৰা পদ্মৰ দৰে সুগন্ধ নির্গত হয়। মধুৰ কণ্ঠৰ গৰাকী আৰু মৃদুভাষিণী। সদা হাস্যময়। স্নেহেৰে অন্তৰ পূর্ণ হৈ থাকে। এই নাৰী বিবাহৰ বাবে সর্বোত্তম

চিত্রিণী নাৰীৰ লক্ষণ

সুন্দৰী দৃঢ়চিত্তা যা সদা সত্যভাষিণী ।

সদা ভক্তিমতী চৈব চেবদ্বিজগুৰুষ্বপি ।।

চিত্তং ন বসতে যস্যাশ্চান্যেষু স্বপতিং বিনা ।

অলোলুপা ভবেদ যা চ সন্তুষ্টা সল্পমৈথুনে ।।

সর্ব্বেষু প্রিয়বাক্যা চ পাপচিত্তা ন কর্হিচিত্তে ।

দয়া ক্ষমাশ্চ ধর্মশ্চ যস্যাঃ স্যাদংভূষণং ।।

চিত্রিণী নাৰী দৃঢ়চিত্তা, জিতেন্দ্রিয়, সত্যবাদিনী হয়। গুৰুজনৰ প্রতি ভক্তিভাৱ প্রদর্শন কৰে। পতিৰ বাদে অন্য পুৰুষৰ প্রতি আকৃষ্ট নহয়। প্রলোভনে তেওঁক বিপথগামী কৰিব নোৱাৰে। সল্পমিলনতে তেওঁলোক সন্তোষিত হয়। সর্বদা তেওঁলোক ধার্মিক

 

শঙ্খিনী নাৰীৰ লক্ষণ

সঙ্খিনী স্যাৎ ক্ষাৰগন্ধা দীর্ঘকেশোৰ্দ্ধনাসিকা ।

সদা ক্ষুধাবতী সা চ পীনোন্নতঘটস্তনী ।।

গগনোচ্চাতিহাস্যা চ সদা কুবুদ্ধিশালিনী ।

সুন্দৰী মদনার্ত্তা চ কামহাস্যাপৰায়ণা ।।

অনৈশ্চ কুৰুতে বাঞ্ছাং ত্যক্তা তু স্বপতিং শুভং ।

সদা শৃংগাৰমত্তা পাপকথাপৰায়ণা ।।

ন বিভেতি সদা সা চ গুৰুজনেভ্য এব তু ।

চ শাস্ত্রোক্তং লক্ষণং স্মৃতং ।।

শঙ্খিণী নাৰীৰ দেহৰ পৰা খাৰযুক্ত গোন্ধ নির্গত হয়। দীঘল চুলি, নাক। তেওঁলোক ভোজনবিলাসী হয়। দেহ মেদবহুল। কঠিন উন্নত স্তন। ধর্মত মতি নাথাকে। সুপৰামর্শ গ্রহণ কৰিবলৈ মান্তি নহয়। উচ্চস্বৰেৰে হাঁহে। পতিক এৰি পৰপুৰুষৰ প্রতি সর্বদা আকৃষ্ট হয়। হৃদয় কপটতাৰে পূর্ণ হৈ থাকে। গুৰুজনাৰ প্রতি ভক্তিভাৱ নাথাকে নিৰন্তৰে শৃংগাৰৰ প্রতি আকৃষ্ট হৈ থাকে

হস্তিনী নাৰীৰ লক্ষণ

কদাচাৰী সদা নাৰী হস্তিনী মদগন্ধনী ।

স্বাচাৰবর্জিতা স্থূলা স্বল্পকেশা স্মিতাননা ।।

লোহিতনয়না সা চ পীনোন্নত পয়োধৰা ।

প্রবীণা সুন্দৰী কিঞ্চিৎ গভীৰস্বৰসংযুতা ।।

নির্ল্লজ্জা মদনে সা তু সদা মদনবিহ্বলা ।

ৰোমাঞ্চিতসমগ্রাঙ্গী পুৰুষস্পর্শনাৎ সদা ।।

শৃংগাৰে মনমাধত্তে কামেন চ অহর্নিশেং ।

পতিং ত্যক্ত্বা তু সা চ হনৈঃ সুখং সদা ।।

হস্তিনী নাৰী প্রকাণ্ড শৰীৰৰ হয়। স্থূলাঙ্গী। দেহৰ পৰা মদৰ দৰে গোন্ধ নির্গত হয়। সদায় কদাচাৰত প্রবিত্ত হৈ থাকে। শিৰত চুলিৰ পৰিমাণ কম। অহর্নিশে স্মিত হাঁহি ওঁঠত লাগি থাকে। সর্বদা মদনবিহ্বলা। প্রকৃত বয়সতকৈ বয়সীয়াল যেন দেখা যায়। পৰপুৰুষৰ প্রতি সর্বদা আকৃষ্ট হৈ থাকে। নিজৰ লাভাললাভৰ বাবে পাপকর্মত লিপ্ত পাৰে। কিছু লক্ষণ শঙ্খিণী নাৰীৰ সতে মিলা দেখা যায়। অন্যৰ উপদেশ অৱজ্ঞা কৰে। ধর্মৰ প্রতি মতি নাথাকে

গর্ভপাত বা গর্ভস্থ সন্তানৰ বেমাৰৰ কাৰণ

অতিশ্রম ব্যবায়ষ্ণ তীক্ষ্নোষ্ণ গুৰুভোজনম ।

শোকভয়ং দিবাস্বপ্নো নিশাজাগৰণং তথা ।।

লঙ্ঘনং ভাৰবাহশ্চ তথা বিকৃতদৰ্শনম ।

উত্তানিশয়নং ৰোষো বহুপর্য্যটনং তথা ।।

যানাদ্যৰোহণষ্ণৈব বিষমে চোপবেশনম ।

এতৎসর্ব্বাণি ত্যজ্যানি গর্ভিণীবিন সংশয়ঃ ।।

নিদানানি চ ৰোগাণাং সসুত-প্রসুতেৰপি ।

ঋতুমতী চ যা নাৰী বর্জ্জেয়েৎ সর্ব্বমেব হি ।

অথবা ৰোগসংঘৈশ্চ পীড়তে মাত্র সংশয়ঃ ।।

গর্ভৱতী মহিলাই পৰিশ্রম কৰা উচিত নহয়। গধুৰ আহাৰ বর্জন কৰা উচিত। দিবানিদ্রা, দুঃখ, শোক, ভয় এইবোৰ পৰিহাৰ কৰা উচিত। দেৰিলৈকে সাৰে থাকিব নালাগে। উপবাস, গধুৰ বস্তু দঙা, বেয়া বস্তু চোৱা, খং, অত্যাধিক ভ্রমণ, যানবাহনৰ ব্যৱহাৰ কমোৱা উচিত

 

 

 

 

জন্মৰ পাছতেই শিশুৰ মৃত্যু বা বিকৃত অঙ্গৰ কাৰণ

 

 

অমাৱস্যা তথা পূর্ণা ৰসাধিক্যবিধায়িনী ।

তদা শুক্রোপদানে চ ৰসাধিক্য ভবেদ ধ্রুবম ।

তেন চেজ্জায়তে পুত্রো দুর্বলোহপূর্ণা ভবেৎ ।।

 

 

সন্তানৰ চৰিত্রৰ ওপৰত সময়ৰ প্রভাৱ

 

স্নানান্তে চ চতুর্থে শুদ্ধা ভৱতি সুন্দৰী ।

তদ্দিনে জায়তে পুত্রো ভবেদ্ধৰ্ম্মপৰায়নঃ ।।

পঞ্চমে ৰমনীং গচ্ছেৎ মানবঃ কোহপি যদ্যপি ।

তস্মাচ্চেৎ জায়তে কন্যা কলটা কলনাশিনী ।।

ষষ্ঠে চ ৰমনীং গচ্ছেৎ কামতো যদি কশ্চনে ।

তৎপুত্রো জায়তে ভিক্ষুৰ্ম্মহাদৰিদ্র এব চ ।।

নাৰীগামী ভবেদ যোহি দিবেস সপ্তসংখ্যকে ।

ভজতে তনয়া তস্য পতিং ত্যক্তান্যপুৰুষং ।।

অষ্টমে ৰমণীং গচ্ছেৎ মানবো যদি কশ্চন ।

সুখীনং ধার্মিকং পুত্রং লভতে নাত্র সংশয় ।।

নৱমে জায়তে যস্য তনয়া স্ত্রীসঙ্গতঃ ।

সতী পতিব্রতা সা চ সদাচাৰপৰায়ণা ।।

দশমে ৰমণীং গচ্ছেৎ কামতো যদি কশ্চন ।

আজম্ন সুখিনং পুত্রো লভতে নৰসত্তমং ।।

একাদশে ৰজোৰক্ষাং যো কৰোতি পুমান প্রিয়ে ।

ধর্মপৰায়ণা তস্য কন্যা কুলৱতী ভৱেৎ ।।

পুৰুষঃ ক্রিয়তে যশ্চ দ্বাদশে ভাৰ্য্যয়া সহ ।

পুত্রো ষ লভতে সত্যবাদিনাং বিজিতেন্দ্রিয়ং ।।

বৈষ্ণবাচাৰসম্পন্নং দীর্ঘায়ুষমকল্ম  ষং ।।

যদ্যপি জায়তে কন্যা ত্রয়োদশে মহেশ্বৰী ।

জিতেন্দ্রিয় সাদাচাৰা সুপ্রিয়া সত্যভাষিণী ।।

চতুর্দশেহহ্নি হে দেৱী ! যো গচ্ছেৎ ৰমণীং নৰঃ ।

জায়তে তনয়স্তন্য মহাসুখী বিচক্ষণঃ ।

 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
7 years ago

Comment text.. নাৰীৰ বিষয়ে যানিব পাৰি ভাল লাগিল , আগলৈ আৰু যানিবৰ মন

Copying is Prohibited!