প্রেমময় ৰং পুৱাৰ সুৰভিত প্রার্থনা (মৌচুমী বৰি)

Mousumee Bori

‎”প্রেমময় ৰং পুৱাৰ সুৰভিত প্রার্থনা”

প্রাৰ্থনাৰে সুৰভিত পুৱাটোৰে
এটি নতুন দিনৰ আৰম্ভণি

সেইয়া চোৱা আকাশছাটি সোনাৰু আৰু কৃষ্ণচূড়া
যেন এখন চিত্রপট কোনোবা শিল্পীৰ

প্রেমময় ৰং পুৱাৰ সুৰভিত প্রার্থনা

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!