প্ৰাপ্তি-অপ্ৰাপ্তি (নিবেদিতা হাজৰিকা)

প্ৰাপ্তি-অপ্ৰাপ্তি

নিবেদিতা হাজৰিকা

বগা তুলাপাতো মদৰুৱা হয় এদিন
ৰং হেৰুৱালেও চিয়াঁহী হৈ লাগি থাকে তাত
সুখৰ দিনৰ স্মৃতি জীপাল !
এতিয়া কজলা মেঘবোৰৰ দৰেই
ভাহি থাকে এটি কাণিমুনি সপোন !
বৰষুণজাকৰ গোন্ধটোৱে মেৰাই ধৰিছে গধূলিটো
টোপ টোপকৈ সৰিছে
বিষাদ বিষাদ চিনাকি অনুভূতিৰ টোপাল !

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!