প্ৰেম (মানসী গোস্বামী)

প্ৰেম

আই আৰু পিতাইৰ সাধু…
গোলাপ তগৰ একোকে নাছিল
পাট-মুগা বা গহনা।

 
 
 
 
আই আখলত
পিতাই মানুহৰ মাজত….
তথাপি ঘৰখন ভৰি থাকিছিল
সেউজীয়া হৈ চিৰদিন….!!!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!