ফাগুনৰ কবিতা(-নিবেদিতা হাজৰিকা)
১)
মদাৰ ফুলৰ হৃদয় জ্বলি জ্বলি
আকাশ ৰাঙলী হ’ল
তথাপিও কিয় বাৰু উদাস ফাগুন
মৌন হৈয়ে ৰ’ল
২)
পছোৱাজাক আলাপত বিভোৰ
দীপকৰ উচ্চগ্ৰামী তানত
মদাৰ হৈ জ্বলিছ এতিয়া
আকাশত ফাগুন
১)
মদাৰ ফুলৰ হৃদয় জ্বলি জ্বলি
আকাশ ৰাঙলী হ’ল
তথাপিও কিয় বাৰু উদাস ফাগুন
মৌন হৈয়ে ৰ’ল
২)
পছোৱাজাক আলাপত বিভোৰ
দীপকৰ উচ্চগ্ৰামী তানত
মদাৰ হৈ জ্বলিছ এতিয়া
আকাশত ফাগুন