ফাগুন নামি আহে মোৰ বুকুৱেদি… (প্রীতিৰেখা দাস  ) 

ফাগুন নামি আহে মোৰ বুকুৱেদি
 

  • প্রীতিৰেখা দাস

 
ধূলিৰ নিজৰা এটা হৈ
ফাগুন নামি আহিল মোৰ বুকুৱেদি ৷
চকুত চকু থৈ পিন্ধালে আলফুলে
মোৰ দেহত হালধীয়া সাজ ৷
মইচোন আছিলোঁ সেউজীয়া….
ফাগুনৰ পোছোৱাত উৰি ফুৰা
হৈ পৰিলোঁ এটি চঞ্চলা
হালধীয়া পখিলা ৷
 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
9 years ago

কিবতা তু পিঢ় ভাল লিগল…!

Copying is Prohibited!