ফেচবুক-প্ৰফাইল( – বজ্ৰাঙ্গ দাস)
**ফেচবুক-প্ৰফাইল**
– বজ্ৰাঙ্গ দাস৷
হঠাত্ দেখিলো
তোমাৰ ফেচবুক প্ৰফাইল৷
হৃদয়ৰ স্পন্দনে জোকাৰি গ’ল
স্মৃতিৰ কোঠালী..
ৰিণি ৰিণি গানৰ কাইটীয়া সুৰত
ওৰে নিশা আজি সেউজীয়া হব
হেৰুৱা সপোন সমাধি..
**ফেচবুক-প্ৰফাইল**
– বজ্ৰাঙ্গ দাস৷
হঠাত্ দেখিলো
তোমাৰ ফেচবুক প্ৰফাইল৷
হৃদয়ৰ স্পন্দনে জোকাৰি গ’ল
স্মৃতিৰ কোঠালী..
ৰিণি ৰিণি গানৰ কাইটীয়া সুৰত
ওৰে নিশা আজি সেউজীয়া হব
হেৰুৱা সপোন সমাধি..