বাস্তৱতাৰ এটি সৰু গল্প – কল্লোল কুমাৰ বৰুৱা
বাস্তৱতাৰ এটি সৰু গল্প
লিখক: কল্লোল কুমাৰ বৰুৱা
এখন হাবিত দুটা চৰাই আছিল ৷ টুনি আৰুমিঠু ৷ দুয়ো ইটোৱে সিটোক এৰি এটা দিনো যেন থাকিব পৰা নাছিল ৷
এদিন মিঠুয়ে ক’লে: মোক এৰি তুমি কেতিয়াও উৰি গুচি নোযোৱাতো ?
টুনি : উৰি গ’লে তুমি মোক ধৰি ৰাখিবা ৷
মিঠু : এৰা!মই তোমাক ধৰিব পাৰো ৷ কিন্তু ধৰিব নোৱাৰিবও পাৰো ৷ তেতিয়া ?
Subscribe
Login
0 Comments