ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

বিদ্যুৎ (-মনোহৰ দত্ত)

(এক)
মনত পৰে বন্ধু
এদিন আমি লুকাভাকু খেলিছিলোঁ
বিজুলীৰ অপাৰ বিস্ময়

(দুই)
সাতভনীৰ বিদ্যুৎ সংকট
ৰাষ্ট্ৰীয় নীতিৰ একেটি সুঁতি
সাতত হ’ল এক
(তিনি)
বণিজৰ সৰগত বাস
জীৱনৰ বাবে কৰোৱা বীমা
বিদ্যুৎ লাগে বিদ্যুৎ
(চাৰি)
আখৰবোৰ বুকুতে থাকিল
কী-ব’ৰ্ড বিচ্ছিন্ন হাতৰ আঙুলি
অনুভূতিত আইতাৰ চাকি

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!