বুকু লুইতৰ (হাইকু ) -অংকুৰ শইকীয়া

বুকু লুইতৰ
বতাহত হালি জালি
প্ৰাণৰ ঘাট
ধৱল মেঘেৰে
নাৱৰীয়াৰ নাও
জীৱনৰ বাট
শেষ হাঁহিটি
হেঙুলী ৰ’দৰ ঢৌ
বৰ্ণিল আভাত
অফুট মাতৰ
সন্ধ্যা লগন মায়া
নিশাৰ বাট

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!