বুজিবই নোৱাৰো -(প্লাৱন বিজয় শইকীয়া )

প্লাৱন বিজয় শইকীয়া
বুজিবই নোৱাৰো

হাঁহি কান্দোনৰ স্থল মনিবই নোৱাৰো
কাৰণ তোমাক বুজিবই নোৱাৰো
কি ক্ষেত্ৰত হাঁহিবা নাইবা কান্দিবা
আজি প্ৰৰ্য্যন্ত মহিমাই নুবোজিলো
মহান মহান দাৰ্শনিক তত্ব মতে
মানুহৰ হাঁহি কান্দোনেইতো জীৱন
অনৰ্থক কথাত হাঁহি কান্দোন কিয়
বহুবাৰ বুজাই নিৰুপাই হৈ ভাগৰি
সিদ্ধান্ত ললো অনৰ্থক মুল্যৱান সময়
ভাগিনি জনীৰ লগত ব্যয় কৰিলো।।।।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!