মহাভাৰতৰ পঞ্চপাণ্ডৱ আৰু কৌৰৱৰ নাম সমূহ (সংগ্ৰহ – নিতুল বৰা)

পঞ্চপাণ্ডৱঃ- যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ।

কৌৰৱঃ- দুৰ্যোধন, যুযুত্সুভ, দুঃশাসন, দুঃসহ, দুঃশল, জলসন্ধ, সম, সহ, বিন্দ, অনুবিন্দ, দুমৰ্ষ, সুবাহু, দুষ্প্ৰধৰ্ষণ, দুষ্মধৰ্ষণ, দুমুৰ্খ, দুষ্কৰ্ণ, কৰ্ণ, বিবংশতি, বিকৰ্ণ, শল, সত্ব, সুলোচন, চিত্ৰ, উপচিত্ৰ, চিত্ৰাংক, চাৰুচিত্ৰ, দুৰ্মদ, দুৰ্বিসাহ বিবিত্সুচ, উৰ্ননাভ, সুনাভ, বিকটালন, নন্দ, উপনন্দ, চিত্ৰবান, চিত্ৰবৰ্মা, সুবৰ্মা, দুৰ্বিৰোচন, আয়েবাহু, মহাবাহু, চিত্ৰকুণ্ডল, ভীমবেগ, ভীমবল, বলাকী, বলবৰ্ধন বিক্ৰম, উগ্ৰায়ুধ, সুষেণ, কুণ্ডোদৰ, মহোদৰ, দৃড়ক্ষেত্ৰ, সোমকীৰ্তি, অনুদৰ, জৰাসন্ধা, সত্যসন্ধ, সদঃসুবাক, উগ্ৰশ্ৰবা, উগ্ৰসেন, সেনানী, দুষ্পৰাজয়, অপৰাজিত, পণ্ডিতক, বিশালক্ষ, দুৰাধন, দৃঢ়হস্ত, সুহন্ত, বায়ুবেগ, সুৰ্বচা, আদিত্য কেতু, বাহবাশী, নাগদত্ত, অগ্ৰযায়ী, কৰচী, ক্ৰথন, দণ্ডী, দণ্ডধাৰ, ধনগ্ৰহ, উগ্ৰ, ভীমৰথ, বীৰবীহু, আলোহুপ, অভয়, ৰুদ্ৰকৰ্মা, দৃঢ়ৰাথাশ্ৰয়, অনাধৃষ্য, কুণ্ডভেদী, বিৰাবী, বিচিত্ৰ কুণ্ডলী, প্ৰমাথী, বীৰ্যশালী দীৰ্ঘৰোম, দীৰ্ঘবাহু, মহাবাহু বুঢ়োক, কনক ধ্বংস, কুণ্ডাশী, দৃঢ়সন্ধা বিৰজা, চিত্ৰায়ুধ, নিছাম্‌গী, পাচী, বৃধৰ্কন, দৃধবৰ্মন |

–**–

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
প্ৰাঞ্জল
9 months ago

কৌৰবৰ নাম সমুহ ক’ত পালে।কালিপ্ৰসন্নৰ সিংহৰ অনুমোদিত মহাভাৰত খনত বেলেগকৈ আছে।।আৰু তাত শত কৌৰবৰ শত কাহিনী গোটেই খিনি উল্লেখ আছে।

Copying is Prohibited!