মামণি বাইদেউলৈ শ্রদ্ধাঞ্জলি (মৌচুমী ভূঞা)

Mousumi Bhuyan

-মামনি বাইদেউলৈ শ্রদ্ধাঞ্জলি

মামনিবা তুমি পুনৰ আহিবা
যেতিয়া নব সূৰ্য্য উদয় হব
সুগন্ধি কুসুম ফুলি উঠিব
শ্যামলী ধৰণী সাৰ পাই উঠিব।
তেতিয়া তুমি আহিবা।
পূৰণৰ নবস্বপ্ন লৈ
আইৰ বুকু পূৰ্ণ কৰিবলৈ
বা, তোমাৰ বাবে ধৰাৰ দুৱাৰ খোলা থাকিব।
সেউজী ধৰাই ওলগ জনাব
বা, তেতিয়া তুমি আহিবা এটি নৱ জনম লৈ ।।

 

 

 

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!