মৃত্যু (-স্মৃতিৰেখা ভূঞা)

তোমাৰ নামত বন্ধকত ৰাখিছো
জীৱনৰ হালধীয়া পাত ;
আজিয়েই উদ্ যাপন কৰো
উকলি যোৱা সুখৰ ক্ষণৰ অন্তিম পল
ৰাঙলী মদাৰৰ আকলুৱা ছাঁত।
Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!