মৌ (দীপ্তি দেউৰী বৰা)

মোক অলপ সময় দিয়া
মই এজাক মৌ হ’ম

………..

যদি  কোৱা সময় নাই ….

তোমাৰ দৰবাৰত এৰি  থৈ আহিম
এমুঠি প্ৰাৰ্থনা
আৰু ৰঙা নীলা চিলা   ৷

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!