মৰম

 

মৰম

 

 

 

 

 

 

 

 

 

 

 

 

(ছবি অঁকাৰ এটা সুকীয়া আমেজ আছে ।আগতে শ্ৰেণীকোঠাত যি মন যায় তাকে আঁকিছিলোঁ,শেষৰ বেঞ্চত বহি । অভিযান্ত্ৰিক মহাবিদ্যালয়ত‌ো আমি দুই-চাৰিজনে মিলি চৌহদৰ শান্ত পৰি‌ৱেশৰ সুবিধা লৈ দেওবাৰে দেওবাৰে ছবিৰ অনুশীলন কৰিছিলোঁ ।ছবি আঁকিবলৈ এটা শীতল মগজুৰ প্ৰয়োজন বুলি ভা‌ৱোঁ ,যিটো আজিকালি বহুতৰে বাবে দুষ্প্ৰাপ্য বুলি পৰিগণিত হয় ।মোৰো তেনেকু‌ৱাই ।-অৰুণজ্যোতি দাস)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!